VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেদাৰনাথলৈ যোৱা পথত ভূমিস্খলন! কেইবাজনো লোক হতাহত হোৱাৰ শংকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2023
in মুখ্য সংবাদ
কেদাৰনাথলৈ যোৱা পথত ভূমিস্খলন! কেইবাজনো লোক  হতাহত হোৱাৰ শংকা
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

কেদাৰনাথ ধামলৈ যোৱা পথত হোৱা ভূমিস্খলনত জাহ যায় কেইবাখনো দোকান। বহু লোকক ধ্বংসাৱশেষত সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে । উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুন্দৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা গৌৰীকুণ্ড পোষ্ট দলঙৰ সমীপত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হয়। ভূমিস্খলনৰ ফলত কেইবাখনো দোকানৰ ক্ষতিসাধন হয়। সংবাদ সংস্থা এএনআইৰ আগত এছডিআৰএফৰ বিষয়া দলিপ সিং ৰাজৱাৰে কয় যে এই ধ্বংসৰ তলত কমেও ১০ৰ পৰা ১২জন লোকক সমাধিস্থ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, ‘প্ৰবল বৰষুণৰ পিছত ভূমিস্খলনৰ ফলত তিনিখন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আমি পাইছো। লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। দোকানবোৰত কমেও ১০-১২ জন লোক আছিল। এতিয়ালৈকে তেওঁলোকক বিচাৰি পোৱা নাই।“

 

ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষকে কয় যে নিৰুদ্দেশ হোৱা লোকক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। আনহাতে, যোশীমঠৰ পিছত পথত ফাট মেলাৰ বাবে ডেৰাডুনত আতংক বিয়পি পৰিছে। ডেৰাডুন জিলাৰ কালছি ব্লকৰ খামৰোলি আৰু ইয়াৰ আশে-পাশে থকা দুডজনৰো অধিক ঘৰত ফাট মেলিছে। স্থানীয় ৰাইজে বৃহস্পতিবাৰে জনোৱা মতে, খামৰোলী গাঁৱৰ কেইবাটাও ঘৰত ইতিমধ্যে ফাট দেখা গৈছে। পাজিতিলানি, টিপৌ আৰু সাহিয়া-পাটানৰ দৰে পথতো ডাঙৰ ডাঙৰ ফাট মেলিছে।

 

স্থানীয় ৰাইজৰ মতে, প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত পাজিতিলানী আৰু চিবাউ-খামৰোলিৰ মাজত এটা পথ নিৰ্মাণৰ বাবে  কাম চলি আছিল। আৰু সেইবাবেই এই বিভাজনৰ সৃষ্টি হয়। খামৰোলি গাঁৱত প্ৰায় ৫০টা পৰিয়াল বসবাস কৰে। মূল চহৰ ডেৰাডুনৰ পৰা ৯০ কিলোমিটাৰৰ ভিতৰত দেখা গ’ল ফিচাৰ-টেৰ’ৰ। যাৰ বাবে ডেৰাডুন আৰু কাষৰীয়া কেইবাটাও অঞ্চলৰ জনসাধাৰণ উদ্বিগ্নতাত ভুগিছে।

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পুনৰ বিলাহী খেতিয়কক আক্ৰমণৰ অভিযোগ, দুষ্কৃতিকাৰীয়ে লুটি নিলে নগদ ৪ লাখ ৫০ হাজাৰ টকা

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
পুনৰ বিলাহী খেতিয়কক আক্ৰমণৰ অভিযোগ, দুষ্কৃতিকাৰীয়ে  লুটি নিলে নগদ ৪ লাখ ৫০ হাজাৰ টকা

পুনৰ বিলাহী খেতিয়কক আক্ৰমণৰ অভিযোগ, দুষ্কৃতিকাৰীয়ে লুটি নিলে নগদ ৪ লাখ ৫০ হাজাৰ টকা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7