VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নেমু ক্ৰয়ৰ নামত ভুৱা বিলেৰে ধন আত্মসাৎ, নিলম্বিত হ’ল বিষয়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 7, 2022
in মুখ্য সংবাদ
নেমু ক্ৰয়ৰ নামত ভুৱা বিলেৰে ধন আত্মসাৎ, নিলম্বিত হ’ল বিষয়া
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি আন আন খাদ্যসামগ্ৰীৰ লগতে বজাৰত মহঙা হৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল নেমুৱে ৷ এইবাৰ নেমুৰ বাবেই চাকৰিৰ পৰা নিলম্বন হ’বলগীয়া হ’ল  এজন বিষয়া ৷ কাৰাগাৰৰ বাবে নেমু ক্ৰয় কৰা বুলি ভুৱা বিল দেখুৱাই নিলম্বন হ’বলগীয়া হ’ল বিষয়াজন ৷ এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত ৷

প্ৰায় ৫০ কিলোগ্ৰাম নেমু ক্ৰয় কৰা বুলি ভুৱাকৈ দেখুওৱাৰ পিছত  কাপুৰথালা মডাৰ্ণ কাৰাগাৰৰ অধীক্ষক গুৰনাম লালৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাৰাবন্দীসকলে দাবী কৰিছিল যে তেওঁলোকে খাদ্যৰ সৈতে নেমু  লাভ কৰা নাছিল। এটা পৰিদৰ্শনকাৰী দলে কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়তে বন্দীসকলে  স্পষ্টকৈ প্ৰকাশ কৰিছিল যে   তেওঁলোকে খাদ্যৰ সৈতে  নেমু লাভ কৰা নাছিল।

যোৱা মাহত  নেমুৰ দাম বজাৰত সর্বাধিক হোৱাৰ সময়তে এনেদৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছিল ৷ প্ৰতি কিলোগ্ৰামত প্ৰায় ২০০ টকা মূল্য হোৱাৰ সময়তে  বিষয়াজনে ভুৱা বিল প্ৰস্তুত কৰি ধন আত্মসাৎ কৰিছিল ৷ পৰিদর্শনকাৰী দলটোৰ প্ৰতিবেদনৰ ভিত্তিত পঞ্জাৱৰ কাৰাগাৰ, খনি আৰু পৰ্যটন মন্ত্ৰী হৰজ্যোত সিং বেইন্সে কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তত কেইবাটাও অনিয়মৰ কথা প্ৰকাশ পাইছিল,যাৰ পিছত গুৰনাম লালক নিলম্বিত কৰা হয় ৷

 

Previous Post

আৰক্ষীৰ গুপ্তচৰৰ সন্দেহত দুই যুৱকক মৃত্যুদণ্ড আলফা (স্বাধীন)ৰ

Next Post

২৯মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
২৯মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল

২৯মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7