VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজিৰ পৰা ‘নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যন’ৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

সমগ্ৰ অসমতে ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2022
in মুখ্য সংবাদ
আজিৰ পৰা  ‘নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যন’ৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা সমগ্ৰ অসম জুৰি অনিৰ্দিষ্টকাললৈ ধৰ্মঘট সাব্যস্ত কৰিছে এল পি জি পৰিবহণকাৰীসকলে ৷ যাৰ বাবে সমগ্ৰ অসমতে ৰন্ধন গেছৰ নাটনিৰ প্ৰচুৰ সম্ভাৱনা আছে ৷  নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে আই অ’ চি এলৰ বিষয়া সকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছে যদিও ইণ্ডিয়ান অইল ক’ৰপৰেশ্যনে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীক কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এলপিজি পৰিবহণ কাৰী সন্থাই ৷

‘নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যন’ৰ মুখ্য উপদেষ্টা কুমূদ নাথে কয় যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি আই অ’ চি এলে পূৰ্বৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ নিবিদা বাতিল কৰিছিল ৷ নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে এই সন্দৰ্ভত আপত্তি কৰাৰ পিছতেই আই অ’ চি এল আৰু নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনৰ মাজত বৈঠক অনুষ্ঠিত হয় ৷

কিন্তু তেওঁ অভিযোগ কৰে যে শেহতীয়াকৈ আই অ’ চি এল কৰ্তৃপক্ষই পৰিবহণকাৰী সংস্থাই উত্থাপন কৰা সমস্যাসমূহ সমাধান নকৰি এল পি জি বটলিং প্লাণ্টৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ আনহাতে তেওঁ  কয় যে তেওঁলোকে আই অ’ চি এলক নিবিদা জাননী বাতিল কৰিবলৈ অনুৰোধ জনোৱা স্বত্তেও তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি নাপালে নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে ৷ সেয়েহে আজি অৰ্থাৎ সোমবাৰৰ পৰা   ধৰ্মঘট কৰিবলৈ বাধ্য হ’ল সংস্থাটো ৷

আনহাতে  এছ’চিয়েশ্যনটোৱে এই অভিযোগো উত্থাপন কৰিছে  যে  ২০১৪চনৰ পৰা আই অ’ চি এলে পৰিবহণ হাৰ সংশোধন কৰাৰ ক্ষেত্ৰতো কোনো পদক্ষেপ লোৱা নাই যাৰ বাবে পৰিবহণকাৰী সকলে আৰ্থিক লোকচানো বহন কৰিবলগীয়া হৈছে ৷

সেয়েহে  এই ধৰ্মঘটৰ সমৰ্থনত আজিৰ পৰা অসমৰ উত্তৰ গুৱাহাটী,  তিনিচুকীয়া, গোপনাৰী, সৰপাৰা, বঙাইগাঁও,ছেকমাই .শিলচৰ,দুলীয়াজান ,নগাঁও,আগৰতলা,বিশালগড় আদিৰ এল পিজিৰ প্লাণ্টসমূহো  বন্ধ থাকিব বুলি জানিবলৈ দিছে নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ইউপি এক্সপ্ৰেছৱেত ডাবল ডেকাৰ বাছৰ সংঘৰ্ষত ৮ জন নিহত,তিনিজনৰ অৱস্থা সংকটজনক

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
ইউপি এক্সপ্ৰেছৱেত ডাবল ডেকাৰ বাছৰ সংঘৰ্ষত ৮ জন নিহত,তিনিজনৰ অৱস্থা  সংকটজনক

ইউপি এক্সপ্ৰেছৱেত ডাবল ডেকাৰ বাছৰ সংঘৰ্ষত ৮ জন নিহত,তিনিজনৰ অৱস্থা সংকটজনক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7