VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৪ লৈ বৃদ্ধি, সন্ধানহীন ৩৮ জনৰ ভিতৰত আছে অসমৰ কেইবাজনো লোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in মুখ্য সংবাদ
মণিপুৰৰ  ভয়াৱহ ভূমিস্খলনত  মৃত্যুৰ সংখ্যা ২৪ লৈ বৃদ্ধি,  সন্ধানহীন ৩৮ জনৰ ভিতৰত আছে অসমৰ কেইবাজনো লোক
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ননী জিলাৰ টেৰিটৰিয়েল আৰ্মী কেম্পত  সংঘটিত ব্যাপক ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। মৃতকৰ ভিতৰত আছে ১৮ জন জোৱান।জানিব পৰা মতে  এতিয়ালৈকে টেৰিটৰিয়েল আৰ্মীৰ ১৩ জন জোৱান আৰু ৫ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা হৈছে ৷ আনহাতে এতিয়াও ৩৮ জন লোক সন্ধানহীন হৈ আছে।বুধবাৰে নিশা টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীৰ সমীপৰ টেৰিটৰিয়েল আৰ্মী কেম্পত সংঘটিত হয় ভূমিস্খলন। ভাৰতীয় সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ বাহিনীয়ে, ধ্বংসাৱশেষৰ তলত এতিয়াও আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে, “যিহেতু বৰষুণ আৰু অন্যান্য কাৰকৰ বাবে বিষয়াসকলে অসুবিধাৰ সন্মুখীন হৈছে, সেয়েহে ধ্বংসাৱশেষত পোত যোৱা  কৰ্মীৰ উপস্থিতি ধৰা পেলাবলৈ বায়ুৰ জৰিয়তে ৱাল ৰাডাৰো ব্যৱহাৰ কৰা হৈছে।”

শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সেনা আৰু অসামৰিক শীৰ্ষ বিষয়াৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে। মৃত্যু হোৱা লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

কালি  সন্ধিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে কয় যে এই ঘটনাত ৰাজ্যখনৰ ৯ জন জোৱানৰ মৃত্যু হৈছে।তদুপৰি এই ভূমিস্খলনত অসমৰ কেইবাজনো লোক আহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে ৷ কাম কৰিবলৈ মণিপুৰলৈ গৈছিল মৰিগাৱঁৰ লাহৰীঘাটৰ ২৩ জন লোক ৷ চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আন ১৩ জন এতিয়াও সন্ধানহীন হৈ আছে ৷

 

 

Previous Post

দক্ষিণ ইৰাণত ৬.০ প্ৰাবল্যৰ ভূমিকম্প

Next Post

কমনৱেল্থ গেমছলৈ অসম কন্যা পপী হাজৰিকা

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
কমনৱেল্থ গেমছলৈ  অসম কন্যা পপী হাজৰিকা

কমনৱেল্থ গেমছলৈ অসম কন্যা পপী হাজৰিকা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7