VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত পুনৰ বিস্ফোৰক পৰিস্থিতি, মন্ত্ৰীৰ বাসগৃহত ক্ষুব্ধ লোকৰ আক্ৰমণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 30, 2023
in মুখ্য সংবাদ
মণিপুৰত পুনৰ বিস্ফোৰক পৰিস্থিতি, মন্ত্ৰীৰ বাসগৃহত ক্ষুব্ধ লোকৰ আক্ৰমণ
0
SHARES
88
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজধানী ইম্ফলত শুকুৰবাৰে দুজন ছাত্ৰক অপহৰণ আৰু নৃশংস হত্যাকাণ্ডক লৈ জনসাধাৰণৰ প্ৰতিবাদৰ ফলত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৷ ইম্ফল পূৱ জিলাৰ খুৰাই ছাজোৰৰ লেইকাই অঞ্চলত স্থানীয় বিজেপি বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী এল চুচিন্দ্ৰোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। শনিবাৰে পুৱাও অব্যাহত থাকে হিংসাত্মক পৰিস্থিতি ৷ ইম্ফলৰ বিভিন্ন অঞ্চলত ক্ষুব্ধ জনসমাগম আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে।

 

মণিপুৰত এই সপ্তাহত মেইটেই সম্প্ৰদায়ৰ দুগৰাকী ছাত্ৰৰ হত্যাকাণ্ডক লৈ পুনৰ  অস্থিৰ হৈ পৰিছে।  ৰাজ্যৰ বিজেপি চৰকাৰে উৰাবাতৰি ৰোধ কৰিবলৈ মঙলবাৰৰ পৰা ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কুকি প্ৰধান পাহাৰীয়া অঞ্চলত আগন্তুক ছমাহলৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বলবৎ থাকিব বুলি বুধবাৰে ঘোষণা কৰা হয়। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিল ৷

 

এই পৰিস্থিতিত মেইটেই ছাত্ৰ আৰু যুৱ সংগঠনৰ প্ৰতিবাদত পুনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা কৰা হৈছে । অভিযোগ অনুসৰি এই সপ্তাহত আৰক্ষীৰ সৈতে বাৰে বাৰে হোৱা সংঘৰ্ষত ১০০ৰো অধিক প্ৰতিবাদকাৰী আহত হৈছে। ফলত উত্তেজনা বাঢ়িল। ইতিমধ্যে থৌবালৰ জিলা বিজেপিৰ কাৰ্যালয় আৰু ইম্ফলৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অত্মীয়ৰ ঘৰত ক্ষুব্ধ ৰাইজে আক্ৰমণ চলাইছে।

 

সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰ দুগৰাকী। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত দুজন ছাত্ৰক দুজন অস্ত্ৰধাৰী দুবৃর্ত্তৰ সৈতে বহি থকা দেখা গৈছে। আন এখন ছবিত তেওঁলোকৰ মৃতদেহ পৰি থকা দেখা গৈছে। এনডিটিভিৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ছাত্ৰ দুজনৰ মৃতদেহ। বিষ্ণুপুৰ জিলাত শেষবাৰৰ বাবে দেখা গৈছিল ছাত্ৰ দুজনক। অভিযোগ অনুসৰি মেইটেই সম্প্ৰদায়ৰ ছাত্ৰ দুজনক কুকি দুবৃর্ত্তই অপহৰণ কৰি হত্যা কৰে।

​

Previous Post

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

Next Post

নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি

নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন স্নাতকোত্তৰ ফ'ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7