VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰক্ষীৰ সৈতে গুলীচালনাত নিহত মাওবাদী নেতা, তিনিখন ৰাজ্যৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত থকা উগ্ৰবাদীজনৰ শিৰৰ মূল্য আছিল ১২ লাখ টকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 19, 2022
in মুখ্য সংবাদ
আৰক্ষীৰ সৈতে গুলীচালনাত নিহত মাওবাদী নেতা, তিনিখন ৰাজ্যৰ ম’ষ্ট ৱাণ্টেডৰ  তালিকাত থকা উগ্ৰবাদীজনৰ শিৰৰ মূল্য আছিল ১২ লাখ টকা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

তিনিখন ৰাজ্যৰ আৰক্ষীয়ে বিচাৰি চলাথ কৰা এজন দুধর্ষ মাওবাদী আৰক্ষীৰে হোৱা সংঘষ্র্ত নিহত হৈছে ৷ আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত মৃত্যু হয় মাওবাদী নেতা ৰূপেশ কানহাৰৰ। নিহত মাও সদস্যজনৰ মূৰৰ দাম আছিল ১২ লাখ টকা।  শনিবাৰে গভীৰ নিশা মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ হাৰতলা বনাঞ্চলত আৰক্ষীৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হয়।

বালাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় দাবৰে জনোৱা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত মধ্যপ্ৰদেশ আৰক্ষী আৰু অধৰসামৰিক বাইনীৰ বিশেষ দলে হাৰতলা অঞ্চলত তালাচী আৰম্ভ কৰে। সেই সময়ত তেওঁলোক মাও নেতাজনৰ  উপস্থিতিৰ বিষয়ে নিশ্চিত আছিল। গাঁৱৰ সমীপৰ হাবিত দুয়োপক্ষৰ মাজত সংঘর্ষ আৰম্ভ হয়। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মতে, আৰক্ষীক দেখা পাই এদল মাওবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰ প্ৰদান কৰে ৷সংঘর্ষ শেষ হোৱাৰ পিছতে হাবিত তালাচী অভিযান চলায়। তাৰ পিছত উদ্ধাৰ হয় এটা মৃতদেহ। অৱশেষত মৃতদেহটো চিনাক্ত কৰা হয়। আৰক্ষীয়ে নিশ্চিত কৰিছে যে মৃত লোকজন মাওবাদী নেতা ৰূপেশ কানহা।

মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়—এই তিনিখন ৰাজ্যই মাওবাদী নেতা ৰূপেশক বিচাৰি আছিল। ৰাজ্যসমূহে তেওঁৰ শিৰৰ মূল্য ঘোষণা কৰিছিল। মধ্য প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যত মাওবাদী কাৰ্যকলাপ ৰোধৰ বাবে এনে অভিযান চলোৱা হৈছে ৷  ৩০ নৱেম্বৰত আৰক্ষীৰ সংঘৰ্ষত ২জন মাওবাদী নিহত হৈছিল।

 

Previous Post

‘স্পন্দন,শব্দৰ পৰা হৃদয়লৈ’ৰ বঁটা প্ৰদান অনুষ্ঠান

Next Post

টুইটাৰ এৰিব নেকি ধনকুবেৰে এলন মাস্কে ? ৰাইজলৈ কৰিছে এই দুই প্ৰশ্ন

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
টুইটাৰ এৰিব নেকি ধনকুবেৰে এলন মাস্কে ? ৰাইজলৈ কৰিছে এই দুই প্ৰশ্ন

টুইটাৰ এৰিব নেকি ধনকুবেৰে এলন মাস্কে ? ৰাইজলৈ কৰিছে এই দুই প্ৰশ্ন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7