VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰৰ চিআইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

ভস্মীভূত কাৰ্যালয়ৰ বহু সংৰক্ষিত নথিপত্ৰ,সামগ্ৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মুখ্য সংবাদ
মণিপুৰৰ চিআইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি মণিপুৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত (চিআইডি)সংঘটিত হয় এক  ভয়াবহ অগ্নিকাণ্ড । অৱশ্যে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে  অগ্নি নিৰ্বাপক বাহিনীৰ বাহন  তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়  আৰু অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷

অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ  এতিয়াও সঠিক ভাৱে জানিব পৰা হোৱা নাই যদিও  শ্বৰ্ট-চাৰ্কিটৰ ফলতেই  অগ্নিকাণ্ড সংঘটিত হোৱা বুলি  সন্দেহ কৰা হৈছে  ৷

বাতৰি অনুসৰি আজি  প্ৰায় ২ বজাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷  ভয়াবহ জুই  নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয় আঠখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ  বাহন। অগ্নিকাণ্ডৰ ভয়াবহ ৰূপ প্ৰতক্ষ কৰি   চিআইডি কাৰ্যালয়ৰ কাষত অৱস্থিত  মণিপুৰ ৰাইফলছৰ ইম্ফল পশ্চিম আৰক্ষী থানা, ইম্ফল সচিবালয়, বিএছএনএল কাৰ্যালয়তো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ।

অৱশ্যে মণিপুৰ অগ্নি নিৰ্বাপক সেৱাৰ বিষয়াসকলৰ মতে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছিল। কিন্তু ভয়ংকৰ অগ্নিকাণ্ডটোত  চিআইডি কাৰ্যালয়ৰ  সংৰক্ষিত বহু নথিপত্ৰ আৰু  কাৰ্যালয়ৰ সামগ্ৰী ভস্মীভূত হয়।

Previous Post

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

Next Post

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত এতিয়াও খালী হৈ আছে বিভিন্ন পদ

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত এতিয়াও খালী হৈ আছে বিভিন্ন পদ

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত এতিয়াও খালী হৈ আছে বিভিন্ন পদ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7