VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড পাকিস্তানত শাস্তি, কিমান বছৰৰ দিলে কাৰাদণ্ড ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 25, 2022
in মুখ্য সংবাদ
মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড পাকিস্তানত শাস্তি, কিমান বছৰৰ দিলে কাৰাদণ্ড ?
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত  ছাজিদ মাজিদ মিৰক ১৫ বছৰত কাৰাদণ্ড প্ৰদান কৰিছে। চলিত মাহৰ আৰম্ভণিতে লাহোৰৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে নিষিদ্ধ লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য  ছাজিদ মাজিদ মিৰক এই শাস্তি প্ৰদান কৰে ৷  দোষী মিৰক চলিত এপ্ৰিল মাহত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা কোট লখপাট কাৰাগাৰত  বন্দী হৈ আছে। আদালতে দোষীক ৪ লাখ  অধিক জৰিমনাও বিহিছে ৷ ইয়াৰ পূৰ্বে মিৰৰ  মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল।

উল্লেখ্য যে ২৬/১১ মুম্বাই আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল ৷ এই আক্ৰমণত তেওঁৰ ভূমিকাৰ বাবে ভাৰতৰ ম’ষ্ট ৱাণ্টেড তালিকাত অন্তভুর্ক্ত কৰা হৈছিল ৷ তেওঁৰ শিৰৰ মূল্য  ৫ মিলিয়ন মাৰ্কিন ডলাৰ ঘোষণা কৰা হৈছিল ৷ মিৰে  ২০০৫ চনত ভুৱা নামত ভুৱা পাছপ’ৰ্ট জৰিয়তে  ভাৰতত প্ৰৱেশ কৰিছিল ৷ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ  মাষ্টাৰমাইণ্ড হাফিজ চৈয়দক ইতিমধ্যে লাহোৰ এটিচিয়ে সন্ত্ৰাসবাদী বিত্তীয় গোচৰত ৬৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। মুম্বাইৰ আক্ৰমণ অভিযানৰ কামাণ্ডাৰ জাকিউৰ ৰেহমান লখৱীকো কেইবাবছৰ কাৰাবাস প্ৰদান কৰা হৈছিল ৷

 

Previous Post

দেশৰ নতুন চোৰাংচোৱা ব্যুৰোৰ (IB)সঞ্চালক অসম সন্তান তপন কুমাৰ ডেকা

Next Post

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ  সাহিত্য অকাডেমী বঁটা

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7