VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন

দুখ প্ৰকাশ কৰি বিচাৰিলে সহায়ৰ হাত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2022
in মুখ্য সংবাদ
পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবেই দেশ এৰি পলাবলৈ বাধ্য হৈছে বহু ইউক্ৰেনিয়ান ৷ যুদ্ধ বিভিষীকা দিনে দিনে বৃদ্ধি পোৱাৰ লগে লগেই নিজৰ পৰিয়াল সহ খোজকাঢ়িয়েই দেশৰ সীমা অতিক্ৰম কৰিছে বহু লোকে ৷ এইসকলৰ দৰে এইবাৰ দেশ এৰিবলৈ বাধ্য হৈছে ইউক্ৰেইনৰ এগৰাকী সুন্দৰী নাৰী পূৰ্বৰ মিছ ইউক্ৰেইন ৱেৰ’নিকা ডিডুচেংক’ৱে ৷  সাত বছৰীয়া কণমানি পুত্ৰক লৈ ইউক্ৰেইনৰ কিভ চহৰৰ বাহিৰ হ’ল ৱেৰ’নিকা ৷ এই ক্ষেত্ৰত ভালেখিনি ক্‌টৰ মুখামুখি হ’ব লগা হ’ল তেওঁলোক দুয়ো মাতৃ-পুত্ৰ ৷

২০১৮চনত মিছ ইউক্ৰেইনৰ খিতাপ দকল কৰিবলৈ সক্ষম হোৱা ডিডুচেংক’ৱে মংগলবাৰে লছ এঞ্জেলচত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, ‘এই যুদ্ধত বহু চহৰত মানৱ সম্পদৰ যথেষ্ট ক্ষতি হৈছে ,কিন্তু তেওঁলোকে হাৰ মনা নাই ৷’ আকৌ তেওঁ কয় ,যি দিনাই ৰাছিয়ান সেনাই প্ৰথম বাৰ আক্ৰমন কৰিছিল আৰু কীভৰ ফালে আগবাঢ়িছিল আমি সেইদিনাই দেশ ত্যাগ কৰিলোঁ ৷  সহস্ৰাধিক লোকৰ লগত  দেশৰ পৰা পলায়ন কৰাৰ সময়ত খোজকাঢ়িয়েই তেওঁলোকে চহৰখনৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰিছিল ৷ ইউক্ৰেইনৰ সীমান্তলৈকে তেওঁলোকৰ এই এই যাত্ৰাত এনেকুৱা কোনো ঠাই নাছিল য’ত চাইৰেন নাইবা বোমা বিস্ফোৰণৰ শব্দ তেওঁলোকে শুনা নাছিল ৷

তেওঁ লগতে কৈছিল যে, ‘আমেৰিকালৈকে অহাৰ সময়ত তেওঁলোকে চাৰিখন দেশ অতিক্ৰম কৰিব লগা হৈছিল’ ৷

বৰ্তমান সময়ত যুদ্ধৰ প্ৰতিটো শব্দত কঁপি কঁপি  লক্ষ লক্ষ ইউক্ৰেইনী শিশু আৰু মাতৃয়ে মেট্ৰ’ষ্টেছন আৰু আশ্ৰয় স্থল সমূহত  জীৱন অতিবাহিত কৰিছে ৷ মিছ ইউক্ৰেইন গৰাকীৰ ওচৰত আমেৰিকাৰ ভিজা আছিল বাবেই তেওঁ আমেৰিকাত উপস্থিত হ’ব পাৰিলে ৷ পুত্ৰক চুইজাৰলেণ্ডৰ এজন বন্ধুৰ তাত থৈ তেওঁ আমেৰিকা পাইছেগৈ ৷ ৰাছিয়ান সেনাৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ আমেৰিকাৰ লগতে অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰ সমূহক আহ্বান জনাইছে আৰু কৈছে যে  আমেৰিকাৰ ভিজা অধিকাৰীয়ে ভিজাৰ ক্ষেত্ৰত যদি কিছু সকাহ প্ৰদান কৰে  তেন্তে নিশ্চয় বহু ইউক্ৰেনিয়ানৰ জীৱন ৰক্ষা পৰিব ৷

Previous Post

গুৱাহাটীৰ প্ৰশাসনিক সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি

Next Post

বিমান হাইজেক কৰি যাত্ৰীৰ ডিঙি কাটি হত্যা কৰা ইছলামিক সন্ত্ৰাসবাদীক পাকিস্তানত গুলীয়াই হত্যা, কোন এইজন নৃশংস উগ্ৰবাদী

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
বিমান হাইজেক কৰি যাত্ৰীৰ ডিঙি কাটি হত্যা কৰা ইছলামিক সন্ত্ৰাসবাদীক পাকিস্তানত গুলীয়াই হত্যা, কোন এইজন নৃশংস উগ্ৰবাদী

বিমান হাইজেক কৰি যাত্ৰীৰ ডিঙি কাটি হত্যা কৰা ইছলামিক সন্ত্ৰাসবাদীক পাকিস্তানত গুলীয়াই হত্যা, কোন এইজন নৃশংস উগ্ৰবাদী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7