VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধাৰাসাৰ বৰষুণত জলমগ্ন মুম্বাইঃ তীব্ৰ যান-জঁট, সতর্ক হৈ থাকিবলৈ নতুন মুখ্যমন্ত্ৰীৰ নির্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 5, 2022
in মুখ্য সংবাদ
ধাৰাসাৰ বৰষুণত জলমগ্ন মুম্বাইঃ তীব্ৰ যান-জঁট, সতর্ক হৈ থাকিবলৈ নতুন মুখ্যমন্ত্ৰীৰ নির্দেশ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণত  মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বৃহৎ অংশ কৃত্ৰিম বানত বুৰ গৈছে ৷ ইয়াৰ ফলত চহৰখনত সৃষ্টি হৈছে  প্ৰচণ্ড যান-জঁট ৷ যাৰ  ফলত বাসিন্দাসকল তীব্ৰ  অসুবিধাৰ সন্মুখীন হৈছে ৷  চহৰখনৰ প্ৰায়সমূহ পথ পানীৰে প্লাৱিত হৈ পৰিছে। আন্ধেৰীতো আঁঠুলৈকে পানীৰ মাজেৰে মানুহ পাৰ হৈ যোৱা দেখা গৈছিল। বহু অঞ্চলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷মুম্বাইৰ লাইফলাইন হিচাপে বিবেচিত স্থানীয় ৰে’লসেৱা কেন্দ্ৰীয় ৰে’লৱে আৰু পশ্চিম ৰে’লৱে দুয়োটা পথতে স্বাভাৱিকভাৱে চলি আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।অৱশ্যে কেইবাটাও  অঞ্চলত পানী জমা হোৱাৰ বাবে বাছৰ পথ সলনি কৰা হৈছে ৷

মঙলবাৰে পুৱা ৮ বজাত পর্যন্ত বিগত  ২৪ ঘণ্টাত  গড়ে ৯৫.৮১ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে পূব আৰু পশ্চিম উপকণ্ঠ অঞ্চলত একে সময়ছোৱাত ক্ৰমে ১১৫.০৯ মিলিমিটাৰ আৰু ১১৬.৭৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি বিষয়াসকলে জনায়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সোমবাৰে মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত আন্তুক কেইবাদিনলৈ প্ৰচণ্ড বৰষুণ হ’ব বুলি আগজাননী প্ৰকাশ কৰিছে ৷ বতৰ বিভাগে জাৰি কৰা সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে।

নতুনকৈ শপত গ্ৰহণ কৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই  মুম্বাই আৰু চুবুৰীয়া জিলাসমূহৰ কৰ্তৃপক্ষক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰীৰ  কাৰ্যালয়ে টুইট কৰি কয় যে, “ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত মুখ্য সচিব মানুকুমাৰ শ্ৰীবাস্তৱৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সকলো সম্পৰ্কীয় জিলাক সজাগতা বজাই ৰাখিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী একনাথ ছিন্দেই ৷”

Previous Post

কেইবাটাও সৰু ভূমিকম্পই জোকাৰি গৈছে আন্দামান আৰু নিকোবৰ দ্বীপসমূহক

Next Post

‘ডাৰ্লিংছ’ত কন্যা-মাতৃৰ চৰিত্ৰত আলিয়া ভট্ট আৰু শেফালী শ্বাহ

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
‘ডাৰ্লিংছ’ত কন্যা-মাতৃৰ চৰিত্ৰত আলিয়া ভট্ট  আৰু  শেফালী শ্বাহ

‘ডাৰ্লিংছ’ত কন্যা-মাতৃৰ চৰিত্ৰত আলিয়া ভট্ট আৰু শেফালী শ্বাহ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7