VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 31, 2023
in মুখ্য সংবাদ
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পাটিয়ালা কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ব পঞ্জাৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নৱজোৎ সিং সিদ্ধুক ৷৩৪ বছৰ পূৰ্বে এজন লোকক হত্যা কৰা গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড বিহিছিল  পঞ্জাৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নৱজোৎ সিং সিদ্ধুক ৷কাইলৈ পটিয়ালা জেলৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি তেওঁৰ অফিচিয়েল একাউণ্টৰ পৰা টুইটত প্ৰকাশ পাইছে। সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, তেওঁৰ অধিবক্তা এইচ পি এছ বাৰ্মাইও এই কথা নিশ্চিত কৰিছে।

 

বাৰ্মাই কয় যে পঞ্জাৱ কাৰাগাৰৰ নিয়ম অনুসৰি ভাল আচৰণ কৰা দোষীয়ে সাধাৰণ ক্ষমাৰ অধিকাৰী। তেওঁৰ উদ্ধৃতিৰে পিটিআইয়ে কয় যে শনিবাৰে তেওঁক পাটিয়ালা জেলৰ পৰা মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে ৷ ৰাজ্যিক নিৰ্বাচনত নিজৰ দলৰ পৰাজয়ৰ পিছত পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী পদ এৰি দিয়া ৫৯ বছৰীয়া ক্ৰিকেটাৰগৰাকীক  যোৱা বছৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে এবছৰৰ “সশ্ৰম কাৰাদণ্ড”ৰ নিৰ্দেশ দিছিল।

 

১৯৮৮ চনত  সিদ্ধু আৰু তেওঁৰ বন্ধুৰ সৈতে হোৱা কাজিয়াৰ ফলত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত আদালতে তেওঁক শাস্তি বিহে ৷পৰিয়ালে অধিক কঠোৰ শাস্তি প্ৰদান  আৰু ২০১৮ চনত উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰা ৰায়ৰ পুনৰীক্ষণৰ বাবে আৱেদন জনাইছিল ৷

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাৰ্কিঙক কেন্দ্ৰ কৰি পাটিয়ালাৰ বাসিন্দা ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে সিদ্ধু কাজিয়াত লিপ্ত হয়। সিদ্ধু আৰু তেওঁৰ বন্ধু ৰূপিন্দৰ সিং সন্ধুৱে গুৰনাম সিঙক গাড়ীৰ পৰা টানি উলিয়াই আনি গাড়ীৰে খুন্দিয়াই আত কৰে ৷ পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

 

সিদ্ধুৱে গুৰনাম সিঙক মূৰত আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল এজন প্ৰত্যক্ষদৰ্শীয়ে। ২০১৮ চনত উচ্চতম ন্যায়ালয়ে  সিদ্ধুক স্বেচ্ছাই এজন ব্যক্তিক আঘাত দিয়াৰ বাবে  ১০০০ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে আদালতে নিজৰ আদেশ পুনৰীক্ষণ কৰি কয় যে তেওঁ  সিদ্ধুক জেলত ভৰোৱাটো “উচিত” বুলি বিবেচনা কৰিছে আৰু এবছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰে ৷

Previous Post

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

Next Post

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

Related Posts

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক
মুখ্য সংবাদ

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ
মুখ্য সংবাদ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!
মুখ্য সংবাদ

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব
মুখ্য সংবাদ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব

November 28, 2023
বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন
মুখ্য সংবাদ

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন

November 28, 2023
প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মুখ্য সংবাদ

প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

November 28, 2023
Next Post
সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7