VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্ববিদ্যালয়ত অধ্যাপক হ’বলৈ প্ৰয়োজন নহ’ব পি এইচ ডিৰ, ঘোষণা ইউ জি চিৰ অধ্যক্ষৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 13, 2023
in মুখ্য সংবাদ
বিশ্ববিদ্যালয়ত অধ্যাপক হ’বলৈ প্ৰয়োজন নহ’ব  পি এইচ ডিৰ, ঘোষণা ইউ জি চিৰ অধ্যক্ষৰ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এম জগদীশ কুমাৰে কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক হিচাপে চাকৰিৰ বাবে ডক্টৰ অৱ ফিল’ছফী  বা পি এইচ ডি ডিগ্ৰী বাধ্যতামূলক নহয়। তেওঁ কয়, এতিয়াৰে পৰা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা বা নেটত উত্তীৰ্ণ হ’লেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চাকৰি কৰিব পাৰিব ৷

 

হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয় চৌহদত নতুনকৈ নিৰ্মাণ কৰা ইউজিচি-এইচআৰডিচি ভৱন উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জগদীশ কুমাৰ । তাত তেওঁ কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আৰু পি এইচ ডি ডিগ্ৰী বাধ্যতামূলক বুলি গণ্য কৰা নহ’ব।

 

পি এইচ ডি ডিগ্ৰী নথকাৰ বাবে বিশ্ববিদ্যালয়ত পাঠদান কৰিবলৈ অক্ষম হৈ পৰিছে বিভিন্ন প্ৰান্তৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থী। তেওঁ কয় যে তেওঁলোকৰ কথা ভাবি এই সিদ্ধান্ত লোৱা হৈছে। এইদৰে অধ্যাপকসকলক উচ্চ পৰ্যায়ত পাঠদানৰ সুযোগ দিয়া হৈছে।

 

তেওঁ লগতে কয় যে ইউজিচিয়ে এখন দেশ-এক তথ্য সন্নিবিষ্ট কৰা পৰ্টেল খুলিছে। তাৰ পৰাই প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো নিয়ম আৰু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ অহা শিক্ষাবৰ্ষৰ পৰা ৰাষ্ট্ৰীয় ডিজিটেল বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হ’ব।

 

ইয়াৰ পূৰ্বে ইউজিচিয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখনত সহকাৰী অধ্যাপক পদৰ বাবে আবেদনৰ বাবে নূন্যতম অৰ্হতা হিচাপে পি এইচ ডি ডিগ্ৰীৰ কথা উল্লেখ কৰিছিল। কেন্দ্ৰই গাইডলাইন সংশোধন কৰে। এই নিৰ্দেশনা ২০২১ চনৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। কিন্তু ক’ভিড মহামাৰীৰ বাবে প্ৰক্ৰিয়াটো পলম হ’ল। সেই সময়ত বিশ্ববিদ্যালয়সমূহত নিযুক্তি নেট ফলাফলৰ জৰিয়তে কৰা হৈছিল।

Previous Post

অসুস্থ শৰীৰেৰে খেলি আহমেদাবাদত শতক বিৰাটৰ

Next Post

ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

Related Posts

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু
মুখ্য সংবাদ

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
মুখ্য সংবাদ

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
মুখ্য সংবাদ

৪০ লাখ শিক্ষার্থীলৈ মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা

March 31, 2023
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
মুখ্য সংবাদ

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

March 31, 2023
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
মুখ্য সংবাদ

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

March 30, 2023
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
মুখ্য সংবাদ

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

March 30, 2023
Next Post
ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ  বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7