VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাবে নতুন সুবিধা

 অসম ভৱন, চাৰ্কিট হাউচত শিক্ষকৰ সমানে ৰেহাই মূল্যত আসন লাভ কৰিব অশিক্ষক কৰ্মচাৰীয়েও

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in মুখ্য সংবাদ
অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাবে নতুন সুবিধা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

অসম বিদ্যালয়,মহাবিদ্যালয় তথা ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰী সকলৰ বাবে এক সুখবৰ ৷এইবাৰ  তেওঁলোকলৈ  অসম চৰকাৰে  আগবঢ়াইছে  এক নতুন সুবিধা ৷

শেহতীয়াকৈ  ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰিছে  যে  বিভিন্ন ঠাইত অৱস্থিত  অসম ভৱন, চাৰ্কিট হাউচ আদিত ৰেহাই মূল্যত আসন লাভ কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰা চৰকাৰী শিক্ষক আৰু কৰ্মচাৰী, প্ৰাদেশিক আৰু স্বায়ত্তশাসিত মহাবিদ্যালয় সমূহৰ লগতে অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ অন্যান্য চৰকাৰী কৰ্মচাৰী সকলেও  শিক্ষক সকলৰ সমানে সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব  ।শেহতীয়াকৈ এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম.এছ. মণিৱন্ননে ।

আনহাতে , অসম মহাবিদ্যালয় শিক্ষক সন্থাই চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ই মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, গ্ৰন্থাগাৰিক আৰু আন কৰ্মচাৰীসকলৰ লগতে অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ শিক্ষক আৰু আন কৰ্মচাৰীসকলক যথেষ্ট লাভান্বিত কৰিব।

অসম মহাবিদ্যালয় শিক্ষক সন্থাই  শিক্ষক সংস্থাটোৰ দীৰ্ঘদিনীয়া দাবী পূৰণত সহায় কৰাৰ বাবে  সাধাৰণ প্ৰশাসন বিভাগৰ  মন্ত্ৰী ৰঞ্জিত দাস আৰু সংগঠনটোৰ প্ৰাক্তন সভাপতি অধ্যাপক বিশ্বজিৎ ভূঞাক কৃতজ্ঞতা জ্ঞাপন কৰে।

 

Previous Post

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

Next Post

ছোনিয়া গান্ধী-ৰাহুল গান্ধীক জেৰাৰ পাছত নেশ্যনেল হেৰল্ড কাকতৰ কার্যালয়ত এনফর্চমেণ্টৰ তালাচী

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
ছোনিয়া গান্ধী-ৰাহুল গান্ধীক জেৰাৰ পাছত  নেশ্যনেল হেৰল্ড কাকতৰ  কার্যালয়ত এনফর্চমেণ্টৰ তালাচী

ছোনিয়া গান্ধী-ৰাহুল গান্ধীক জেৰাৰ পাছত নেশ্যনেল হেৰল্ড কাকতৰ কার্যালয়ত এনফর্চমেণ্টৰ তালাচী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7