VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাৱধান হওঁকঃ নাই ফোন অথবা মেছেজ , বেংকৰ পৰা অনলাইন প্ৰৱঞ্চকে লুটি নিলে ডেৰ লাখ টকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 13, 2023
in মুখ্য সংবাদ
সাৱধান হওঁকঃ নাই  ফোন অথবা  মেছেজ , বেংকৰ পৰা অনলাইন প্ৰৱঞ্চকে লুটি নিলে  ডেৰ লাখ টকা
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অনলাইন বিত্তীয় জালিয়াতিৰ অভিযোগ নতুন নহয়। প্ৰায় প্ৰতিদিনেই কোনোবা  নহয় কোনোবা ব্যক্তি  প্ৰৱঞ্চকৰ জালত পৰে। কিন্তু প্ৰতিটো গোচৰ প্ৰায় একেই। শেহতীয়াকৈ এক অনলাইন প্ৰৱঞ্চনাৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে  । দিল্লীৰ বাসিন্দা এগৰাকী শিক্ষকে হেৰুৱাবলগীয়া হৈছে প্ৰায় ডেৰ লাখ টকা। কিন্তু তাৰ আগতে মোবাইলত কোনো মেছেজ, অ’টিপি বা লিংক, একো অহা নাছিল । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।

 

প্ৰাপ্ত তথ্য অনুসৰি ঘটনাৰ দিনা সন্ধিয়া বজাৰলৈ গৈছিল প্ৰতাৰিত শিক্ষকজন। কিছু সময়ৰ পাছত ঘৰলৈ উভতি আহোঁতে মোবাইলত এটা মেইল লাভ কৰে ৷  মেইল খুলি তেওঁ হতচকিত হৈ পৰে ৷  ৩ ঘণ্টাত তেওঁৰ বেংক একাউণ্ট দুটাৰ পৰা প্ৰায় ৮ বাৰ  ধন কৰ্তন কৰা হ’ল। এছ বি আইত থকা ব্যক্তিজনৰ দুটা একাউণ্টৰ পৰা এই ধন কর্তন কৰা হৈছিল । প্ৰথমে একাউণ্টৰ পৰা উলিয়ালে ৯৫ হাজাৰ টকা। দ্বিতীয়বাৰ একাউণ্টৰ পৰা ২০ হাজাৰ টকা উলিয়াই লৈ যায় । কিন্তু আশ্চৰ্যজনকভাৱে এই বিষয়ে কোনো ফোন বা মেছেজ প্ৰতাৰিত ব্যক্তিজনৰ ওচৰলৈ অহা নাছিল ৷

 

এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰৱঞ্চকে মোবাইল বেংকিং এপৰ ​​জৰিয়তে পোনপটীয়াকৈ একাউণ্টটো হেক কৰে। তাৰ পৰা টকা উলিয়াই লৈ যায় । বিষয়টো পোহৰলৈ অহাৰ পিছতে সকলো একাউণ্ট বন্ধ কৰি দিয়া হয় ।

 

Previous Post

UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

Next Post

দুদিনত দুটাকৈ ভূমিকম্পই কপাঁই গ’ল ৰাজ্য

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
বৃহৎ ভূমিকম্পৰ আগে পিছে কিয় অনুভূত হয়  আফটাৰশ্বক বা ফৰশ্বক ? কি এই আফটাৰশ্বক বা ফৰশ্বক!!

দুদিনত দুটাকৈ ভূমিকম্পই কপাঁই গ’ল ৰাজ্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7