VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুই ছাত্ৰক অপহৰণক লৈ নতুনকৈ অশান্ত মণিপুৰ, আই পি এছ বিষয়াক জৰুৰীভাৱে কাশ্মীৰৰ পৰা মণিপুৰলৈ বদলি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 28, 2023
in মুখ্য সংবাদ
দুই ছাত্ৰক অপহৰণক লৈ নতুনকৈ অশান্ত মণিপুৰ, আই পি এছ বিষয়াক জৰুৰীভাৱে কাশ্মীৰৰ পৰা মণিপুৰলৈ বদলি
0
SHARES
255
VIEWS
Share on FacebookShare on Twitter

 

দুগৰাকী ছাত্ৰৰ হত্যাকাণ্ডক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । এনে পৰিস্থিতিত মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া ৰাকেশ বলৱালক কাশ্মীৰৰ পৰা মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰা হৈছে ৷ বৰ্তমান ৰাকেশ বলৱাল শ্ৰীনগৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত। কিন্তু কেন্দ্ৰই তেওঁক সেই কৰ্তব্যৰ পৰা মুকলি কৰি মণিপুৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰত হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ৰাকেশৰ অভিজ্ঞতা ব্যৱহাৰ কৰিব বিচাৰিছে।

 

মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া হোৱাৰ বাবে ৰাকেশেও ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি বিশেষভাৱে সচেতন হোৱাৰ সম্ভাৱনা আছে। অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে প্ৰায় এমাহ পূৰ্বে মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে একাংশ আৰক্ষী বিষয়াক ৰাজ্যলৈ লৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে এই প্ৰস্তাৱত অনুমোদন জনায়। কমিটীৰ প্রস্তাৱত অনুমোদন পোৱাৰ পাছত ৰাকেশৰ বদলি সন্দর্ভত কামবোৰ দ্রুত গতিত আগবাঢ়িবলৈ আৰম্ভ কৰে৷

 

দুজন ছাত্ৰক অপহৰণ আৰু হত্যাৰ বাবে পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ। বুধবাৰে সন্ধিয়া এই অশান্তিৰ ফলস্বৰূপে পাহাৰীয়া জিলা থৌবালৰ বিজেপিৰ কার্যালয়ত আক্রমণ কৰে দুবৃর্ত্তই ৷  জিলা বিজেপিৰ কাৰ্যালয়ত ৰখা কেইখনমান গাড়ীতো অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি  দুগৰাকী নিৰীহ ছোৱালীক কুকি দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰিছিল। প্ৰতিবাদত ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন অঞ্চলত মেইটেই সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে। মঙলবাৰৰ পৰা মাজে মাজে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ অব্যাহত আছে । ৫০ জনতকৈ অধিক প্ৰতিবাদকাৰী আহত হোৱাৰ অভিযোগ। ফলত উত্তেজনা অধিক বৃদ্ধি হৈছে ৷

 

 

Previous Post

“ভিক্ষাৰী আৰু পকেটমাৰ নপঠিয়াব” হজৰ পূৰ্বে পাকিস্তানলৈ ছৌদি আৰৱৰ কঠোৰ বাৰ্তা

Next Post

নগাঁৱৰ আমনি-শালনা আৰু চামগুৰি-উদমাৰী সংযোগী পথৰ বিধ্বস্তৰূপ,পথ দুটা পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
নগাঁৱৰ আমনি-শালনা আৰু চামগুৰি-উদমাৰী সংযোগী পথৰ বিধ্বস্তৰূপ,পথ দুটা পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

নগাঁৱৰ আমনি-শালনা আৰু চামগুৰি-উদমাৰী সংযোগী পথৰ বিধ্বস্তৰূপ,পথ দুটা পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7