VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ব্যর্থ শান্তি আলোচনা, দুদিনতে ইউক্ৰেইনৰ পৰা পলায়ন ১লাখ লোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in মুখ্য সংবাদ
ব্যর্থ শান্তি আলোচনা, দুদিনতে ইউক্ৰেইনৰ পৰা পলায়ন ১লাখ লোক
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

শান্তি স্থাপনৰ বাবে  ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কেইবালানি আলোচনা সম্পন্ন হোৱাৰ পাছতো আজিপর্যন্ত ওলৱা নাই কোনো সমাধানসূত্ৰ ৷  যাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত অব্যাহত আছে যুদ্ধ ৷  ইতিমধ্যে ৰাছিয়াই   ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আক্ৰমণৰ বাবে  অগ্ৰসৰ হৈছে ৷ ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ  চাৰিখন মুখ্য চহৰ ঘেৰি ধৰাৰ লগতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ৷  ৰাজধানী কিয়েভৰ উপৰি  ইৰপিন আৰু বাচাকে ধৰি উপনগৰীসমূহত   প্ৰচণ্ড বোমাবর্ষণ কৰি আহিছে ৰাছিয়ান সেনা বাহিনীয়ে ৷

কিয়েভৰ মেয়ৰ ভিটালি ক্লিষ্ট্কোৱে সদৰী কৰা অনুসৰি ইতিমধ্যে চহৰখনৰ  আধাতকৈ অধিক লোকে পলায়ন কৰিছে ৷ তেওঁ লগতে কয়-“ চহৰখনক দুৰ্গলৈ ৰূপান্তৰিত কৰা হৈছে। প্ৰতিটো ৰাস্তা, প্ৰতিটো অট্টালিকা, প্ৰতিটো চেকপইণ্টত  সুৰক্ষা কর্মী নিয়োগ কৰা হৈছে।” ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভেলোডাইমিৰ জেলেনেস্কিয়ে কয় যে  দুদিনৰ ভিতৰত প্ৰায় ১,০০,০০০ লোকে দেশখনৰ চহৰসমূহৰ পৰা সুৰক্ষিত স্থানলৈ পলায়ন কৰিছে ৷ কিন্তু ৰাছিয়াৰ বাহিনীয়ে মাৰিঅ’প’ল চহৰত এটা মানৱীয় কৰিডৰ আক্ৰমণৰ  লক্ষ্য কৰি লোৱা বুলি  তেওঁ অভিযোগ কৰিছিল। ইপিনে ইউক্ৰেইনৰ কেন্দ্ৰীয় চহৰ ডিনিপ্ৰ’ত শুকুৰবাৰে পুৱতি নিশা তিনিটা বিমান আক্ৰমণত কমেও এজন লোক নিহত হয় ৷  এই আক্ৰমণত এখন উদ্যান আৰু এটা এপাৰ্টমেণ্ট ভৱনৰ ওচৰত সংঘটিত হৈছিল ।

Previous Post

থানাৰ ভিতৰত উদ্ধাৰ আৰক্ষীৰ মৃতদেহ

Next Post

চাৰি ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে বিজেপিৰ লক্ষ্য গুজৰাট, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ চমক

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
চাৰি ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে বিজেপিৰ  লক্ষ্য গুজৰাট, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ চমক

চাৰি ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে বিজেপিৰ লক্ষ্য গুজৰাট, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ চমক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7