VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

এজন ক’ভিড ৰোগী চিনাক্তৰ পাছতে এইখন দেশত ঘোষণা কৰা হ’ল জৰুৰীকালীন অৱস্থা, অনুষ্ঠিত হ’ল শীর্ষ পর্যায়ৰ বৈঠক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 12, 2022
in মুখ্য সংবাদ
এজন ক’ভিড ৰোগী চিনাক্তৰ পাছতে এইখন দেশত ঘোষণা কৰা হ’ল জৰুৰীকালীন অৱস্থা, অনুষ্ঠিত হ’ল শীর্ষ পর্যায়ৰ বৈঠক
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ দ্বিতীয় ঢৌৱে বিশ্বৰ কেইবাখনো দেশত সৃষ্টি কৰিছে আতংক ৷ ইয়াৰ মাজতে ক’ভিডত এজন লোক আক্ৰান্ত হোৱাৰ পাছতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে ঘোষণা কৰিছে কঠোৰ নিষেধাজ্ঞা ৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি  উত্তৰ কোৰিয়াই কোভিড-১৯ত প্ৰথমজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰে আৰু লগে লগে  ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷  ৰাষ্ট্ৰপতিৰ  কিম জং উনে এই ভাইৰাছৰ সংক্ৰমণ “নিৰ্মূল” কৰাৰ প্ৰতিশ্ৰুতি দিছে।

দেশখনৰ চৰকাৰে ২০২০ চনত মহামাৰীৰ আৰম্ভণিৰ পৰা ইয়াৰ সীমান্ত অঞ্চলসমূহ  সম্পূণৰূপে বন্ধ কৰি দিছিল ৷ ৰোগীজন চিনাক্ত হোৱাৰ পাছতে নেতা কিম জং উনকে ধৰি শীৰ্ষ বিষয়াসকলে ইয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰিবলৈ এক  পলিটব্যুৰো বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকৰ পাছত  ঘোষণা কৰে যে তেওঁলোকে “সৰ্বাধিক জৰুৰীকালীন”ভাৱে  ভাইৰাছ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া ৰূপায়ণ কৰিব।

সংবাদ মাধ্যমৰ মতে  কিমে সভাখনত কৈছিল যে “লক্ষ্য আছিল আটাইতকৈ কম সময়ৰ ভিতৰত সংক্ৰমণ নির্মূল কৰা হ’ব ৷ কিমে সীমান্ত নিয়ন্ত্ৰণ আৰু লকডাউন ব্যৱস্থা কঠোৰ কৰাৰ বাবে আহ্বান জনাইছে ৷উল্লেখ্য যে বিশেষজ্ঞসকলে আশংকা কৰা অনুসৰি  উত্তৰ কোৰিয়াই ইয়াৰ ২৫নিযুত লোকৰ কোনো এজন লোককে  টীকাকৰণ কৰা নাই ৷

 

Previous Post

দেশৰ ৪০স্থানত চি বি আইৰ অভিযান

Next Post

অসমৰ পৰ্বতাৰোহী হেদায়েত আলীৰ এভাৰেষ্ট জয়

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
অসমৰ পৰ্বতাৰোহী হেদায়েত আলীৰ  এভাৰেষ্ট  জয়

অসমৰ পৰ্বতাৰোহী হেদায়েত আলীৰ এভাৰেষ্ট জয়

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7