VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক’ভিচ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক’ভিচ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

এ টি পি ৱৰ্ল্ড ৰেংকিঙত পুনৰ শীৰ্ষ স্থান দখল কৰি ইতিহাস ৰচনা কৰে টেনিছ তাৰকা নোভাক জক’ভিচে। সপ্তম বাৰৰ বাবে শীৰ্ষ স্থান দখল কৰি প্ৰাক্তন তাৰকা পিট ছাম্প্ৰাছৰ অভিলেখ ভংগ কৰে। 

১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে একেৰাহে ৬ বাৰকৈ এটি পি ৰেংকিঙত শীৰ্ষ স্থান দখল কৰি আমেৰিকাৰ প্ৰাক্তন টেনিছ খেলুৱৈ পিট ছাম্প্ৰাছে বিশ্ব অভিলেখ গঢ়িছিল। জক’ভিচে সপ্তমবাৰলৈ একেৰাহে শীৰ্ষ স্থানত থাকি পূৰ্বৰ অভিলেখ ভংগ কৰে।

চলিত বৰ্ষত নোভাক জক’ভিচে উইম্বলডন, ফ্ৰেন্স অপেন, অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ অৰ্জন কৰিছে। ২০ টাকৈ গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰি নোভাক জক’ভিচে ৰাফেল নাডাল আৰু ফেডেৰাৰ সৈতে সম স্থান অধিকাৰ কৰিছে।

Previous Post

ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ’ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক

Next Post

উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ

Related Posts

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক
ক্ৰীড়া

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
Next Post
উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ

উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7