VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৫ বছৰ পুৰণি জোতাৰ দাম ১৮ কোটি টকা, কোনে পিন্ধিছিল এই বিশেষ জোতা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 13, 2023
in মুখ্য সংবাদ
২৫ বছৰ পুৰণি জোতাৰ দাম ১৮ কোটি টকা, কোনে পিন্ধিছিল এই বিশেষ জোতা ?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

এযোৰ জোতাৰ মূল্য কিমান হ’ব পাৰে বুলি আপুনি ভাবে ? শুনিবলৈ আচৰিত যেন লাগিলেও এযোৰ জোতাৰ মূল্য ১৮ কোটি টকা নির্ধাৰণ কৰা হৈছে । তাকো ২৫ বছৰীয়া এযোৰ পুৰণি জোতাৰ। কিন্তু কিহৰ কাৰণে এই জোতাযোৰৰ ইমান মূল্য নির্ধাৰণ কৰা হৈছে জানেনে ?  এই জোতাযোৰ পৰিধান কৰিছিল  মাইকেল জৰ্ডানে । আমেৰিকাৰ বিখ্যাত বাস্কেটবল খেলুৱৈগৰাকীয়ে ১৯৯৮ চনত কেৰিয়াৰৰ শেষবাৰৰ বাবে এই জোতা পিন্ধিছিল।

১৯৯৮ চনত জৰ্ডানে চিকাগো বুলছৰ হৈ খেলিছিল। ৰঙা আৰু ক’লা ৰঙৰ জোতা পিন্ধি তেওঁ  খেলিছিল। দ্বিতীয়খন খেলত জৰ্ডানে এই জোতাযোৰ পিন্ধিছিল। সেই সময়ত তেওঁৰ মেচখনক ‘লাষ্ট ডান্স’ বুলি কোৱা হৈছিল। সেইখনেই জৰ্ডানৰ শেষ মেচ। তেওঁ ৬টা এনবিএ চেম্পিয়নশ্বিপ লাভ কৰে। মেচখনত বুলছে ৯৩-৮৮ গ’লত জয়লাভ কৰে।

আগতে ইমান বেছি দামত কাৰো জোতা নিলাম হোৱা নাছিল। ২০২১ চনত সংগীতশিল্পী কেনি ৱেষ্টৰ স্নিকাৰৰ দাম প্ৰায় ১৫ কোটি টকালৈ বৃদ্ধি পাইছিল। সেই দাম  অতিক্ৰম কৰিছিল জৰ্ডানৰ জোতাৰ মূল্য ৷ ১৯৯৮ চনৰ ছিজনৰ জৰ্ডানৰ প্ৰথমখন গেম জাৰ্চি যোৱা বছৰ নিলাম কৰা হৈছিল। সেই জাৰ্চিৰ দাম আছিল প্ৰায় ৮৩ কোটি টকা।

১৯৬৩ চনত জন্মগ্ৰহণ কৰিছিল ৬ফুট ৬ইঞ্চিৰ জৰ্ডানৰ। ছবাৰ এনবিএ চেম্পিয়নশ্বিপ আৰু ছবাৰ এনবিএ ফাইনেলৰ এমভিপি জৰ্ডানেও দুবাৰকৈ অলিম্পিকত সোণৰ পদক লাভ কৰে। চিকাগো বুলছৰ উপৰিও জৰ্ডানে ৱাশ্বিংটন উইজাৰ্ডছৰ হৈও খেলিছিল।

 

Previous Post

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

Next Post

‘ব্লাডি ডেডী’ত নৃত্য অভিজ্ঞতাই কি শিকালে অভিনেতা শ্বাহিদ কাপুৰক

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
‘ব্লাডি ডেডী’ত নৃত্য অভিজ্ঞতাই কি শিকালে অভিনেতা শ্বাহিদ কাপুৰক

‘ব্লাডি ডেডী’ত নৃত্য অভিজ্ঞতাই কি শিকালে অভিনেতা শ্বাহিদ কাপুৰক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7