VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীৰ্ঘদিন ধৰি দেশ শাসন কৰা সকলে জনজাতীয় অঞ্চলৰ উন্নয়নৰ প্ৰতি কেতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাছিল – কংগ্ৰেছক আক্ৰমণ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 10, 2022
in মুখ্য সংবাদ
দীৰ্ঘদিন ধৰি দেশ শাসন কৰা সকলে জনজাতীয় অঞ্চলৰ উন্নয়নৰ প্ৰতি কেতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাছিল – কংগ্ৰেছক আক্ৰমণ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

 

চমু চাপি আহিছে গুজৰাটৰ বিধানসভা নির্বাচনৰ দিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যখনৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ বিশেষকৈ বিজেপিৰ সমান্তৰালকৈ আপ গুজৰাটত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখন শেহতীয়াকৈ কেইবাবৰো ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰ’ড শ্ব’ৰ লগতে কল্যাণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে ৷ শুকুৰবাৰে পুৱা গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱছাৰীত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।নৱছাৰীত অনুষ্ঠিত অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘বিগত দুটা দশকৰ ভিতৰত ৰাজ্যখনত যি দ্ৰুত বিকাশ ঘটিছে সেয়া হৈছে গুজৰাটৰ গৌৰৱ। বিগত ৮ বছৰত সবকা সাথৰ মন্ত্ৰ সবকা বিকাশৰ মন্ত্ৰ মানি আমাৰ চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ কল্যাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে।’-

প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দেশত দীৰ্ঘদিন ধৰি ক্ষমতাত থকা সকলে জনজাতীয় অঞ্চলৰ উন্নয়নৰ প্ৰতি কেতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাছিল  ৷ কাৰণ ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷ তেওঁ কয় –“ মই ভোটৰ স্বাৰ্থত বা নিৰ্বাচনত জয়ী হ’বলৈ উন্নয়নমূলক কামৰ আৰম্ভ নকৰে, বৰঞ্চ মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবেহে এনে আঁচনি গ্ৰহণ কৰো ৷ “

উল্লেখ্য যে নৱছাৰী জিলা হৈছে  জনজাতীয় অঞ্চল।আজি নৱছাৰীত এখন চিকিৎসালয়, স্বাস্থ্যসেৱা কমপ্লেক্স আৰু শৈক্ষিক কমপ্লেক্স উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি  আহমেদাবাদত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব ৷ ২০২২ চনৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে তাৎপর্য বহন কৰিছে ।

 

Previous Post

‘ম’ষ্ট ৱাণ্টেড’ ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক

Next Post

শপত ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিচাৰপতিয়ে

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
শপত ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিচাৰপতিয়ে

শপত ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিচাৰপতিয়ে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7