VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব ‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান

অনুষ্ঠানটোত উপস্থিত থাকিব অগ্ৰদূতৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 5, 2022
in মুখ্য সংবাদ
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব ‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে অনুষ্ঠিত হ’ব অসমৰ এক আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘অগ্ৰদূত’ গোটৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অনুষ্ঠান ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰিব অগ্ৰদূত গোটৰ এই সোণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ ।আনহাতে অনুষ্ঠানটোত উপস্থিত থাকিব অগ্ৰদূতৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাও ।

প্ৰথম অৱস্থাত অসমৰ  এখন  পষেকীয়া  বাতৰিকাকত আছিল ‘অগ্ৰদূত’ যাৰ প্ৰতিষ্ঠাপক আছিল  অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক  কনক সেন ডেকা।

পৰৱৰ্তী সময়ত ১৯৯৫ চনত ‘দৈনিক অগ্ৰদূত’  নামৰ এখন দৈনিক বাতৰি কাকত আৰম্ভ কৰা হৈছিল  যি অসমৰ এক বিশ্বস্ত আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে ক্ৰমাৎ বিকশিত হৈ উঠিছিল ৷

Previous Post

আজি অসমত উপস্থিত হ’ব এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু

Next Post

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়ালে পথচাৰীক !

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়ালে পথচাৰীক !

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়ালে পথচাৰীক !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7