VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

১৪ গৰাকী প্ৰধানমন্ত্ৰীলৈ স্বীকৃতি , দিল্লীত মুকলি হ’ব নতুন সংগ্ৰহালয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2022
in মুখ্য সংবাদ
১৪ গৰাকী প্ৰধানমন্ত্ৰীলৈ স্বীকৃতি , দিল্লীত মুকলি হ’ব নতুন সংগ্ৰহালয়
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অৱদান ৰাইজৰ সন্মুখত প্ৰদর্শণ কৰাৰ প্ৰয়াসেৰে দিল্লীত মুকলি কৰা হ’ব এটা বিশেষ সংগ্ৰহালয়  ৷ বর্তমানৰ নেহৰু সংগ্ৰহালয়ৰ সমীপত  মুকলি হ’ব এই বিশেষ সংগ্ৰহালয় ৷ যাৰ নাম দিয়া হৈছে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ৷  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ সাংসদসকলক কয় যে এন ডি এ চৰকাৰে ১৪ জন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি প্ৰদান কৰিবলৈ  ব্যৱস্থা গ্ৰহণ কৰিছে। বর্তমানৰ চৰকাৰে সকলো প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি দিয়াটো নিশ্চিত কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সাংসদসকলক লগতে কয় যে  কেৱল এন ডি এ চৰকাৰেহে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে পদক্ষেপ লৈছে ৷ তেওঁ  বিজেপিৰ সাংসদসকলক “বি আৰ আম্বেদকাৰ সংগ্ৰহালয়” পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছে ৷ বি আৰ আম্বেদকাৰ সংগ্ৰহালয়টো  অহা ১৪ এপ্ৰিলত দিল্লীত উদ্বোধন কৰা হ’ব ৷  বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তীৰ  সৈতে সংগতি ৰাখি এই সংগ্ৰহালয়টো উদ্বোধন কৰা হ’ব।

আজি নতুন দিল্লীৰ আম্বেদকাৰ কেন্দ্ৰত সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰা দলৰ শীৰ্ষ নেতাসকল হৈছে প্ৰধানমন্ত্ৰী মোদী,  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ৬ এপ্ৰিলৰ পৰা  ১৪ এপ্ৰিললৈ  বিজেপিয়ে ধাৰাবাহিক কার্যসূচী ৰূপায়ন কৰিব ৷

বৈঠকত বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পুনৰ ছয় মাহৰ বাবে বৃদ্ধি  কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন আৰু ধন্যবাদ জনাবলৈ  এক প্ৰস্তাৱ গৃহীত কৰে।কেন্দ্ৰীয় চৰকাৰে শনিবাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা আঁচনিখন আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰে  ৷ অহা ছেপ্টেম্বৰলৈকে প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহে অতিৰিক্ত ৫ কিলোগ্ৰাম বিনামূলীয়া ৰেচন লাভ কৰিব ৷

 

Previous Post

দিল্লীকে ধৰি এইকেইখনত ৰাজ্যত বলিব গ্ৰীষ্মপ্ৰৱাহ , বতৰ বিজ্ঞান বিভাগে দিলে সকীয়নি

Next Post

পূৱ মঙলদৈৰ ওন্দোলাঝাৰত নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত আলোচনাচক্র সম্পন্ন

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
পূৱ মঙলদৈৰ ওন্দোলাঝাৰত নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত আলোচনাচক্র সম্পন্ন

পূৱ মঙলদৈৰ ওন্দোলাঝাৰত নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত আলোচনাচক্র সম্পন্ন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7