VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ জৈৱ-অর্থনীতি ৮ গুণলৈ বৃদ্ধি, ক’লে প্ৰধানমন্ত্ৰীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 9, 2022
in মুখ্য সংবাদ
ভাৰতৰ  জৈৱ-অর্থনীতি ৮ গুণলৈ বৃদ্ধি, ক’লে প্ৰধানমন্ত্ৰীয়ে
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

যোৱা ৮ বছৰত ভাৰতৰ জৈৱ অৰ্থনীতি ৮ গুণ বৃদ্ধি পাইছে ৷ বায়’টেক গ্ল’বেল ইক’চিষ্টেমৰ শীৰ্ষ দহখন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিবলৈ আৰু অধিক দিন অপেক্ষা কৰিবলগীয়া নহ’ব ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷  বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বায়’টেক ষ্টাৰ্টআপ এক্সপ’ ২০২২ত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দুদিনীয়া এই এক্সপ’ দেশৰ বায়’টেক খণ্ডত হোৱা উন্নয়নৰ  প্ৰতিফলন।

তেওঁ কয় -‘বায়’প্ৰযুক্তি  খণ্ডত ভাৰতক সুযোগৰ ভূমি হিচাপে গণ্য কৰা হৈছে। বৈচিত্ৰময় জনসংখ্যা, বৈচিত্ৰময় জলবায়ু মণ্ডল, প্ৰতিভাৱান মানৱ মূলধন , ব্যৱসায় সহজ কৰাৰ দিশত প্ৰচেষ্টা আৰু জৈৱ সামগ্ৰীৰ চাহিদা – মূলতঃ এই  ৫টা কাৰণতে ভাৰতে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিছে ৷’ তেওঁ কয় যে ভাৰতত ৬০টা ভিন্ন উদ্যোগৰ মাজেৰে যোৱা আঠ বছৰত ষ্টাৰ্ট-আপৰ সংখ্যা ৭০ হাজাৰলৈ বৃদ্ধি পাইছে। ইয়াৰে ৫ হাজাৰতকৈ অধিক ষ্টাৰ্ট-আপ জৈৱ প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত।

মোদীয়ে কয়- “বায়’প্ৰযুক্তি খণ্ডটো হৈছে আটাইতকৈ চাহিদা থকা খণ্ডসমূহৰ ভিতৰত অন্যতম। বছৰ বছৰ ধৰি ভাৰতত ইজ অৱ লিভিঙৰ অভিযানে জৈৱ প্ৰযুক্তি খণ্ডৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ আমি পেট্ৰ’লত ১০ শতাংশ ইথানল মিহলি কৰাৰ লক্ষ্যত উপনীত হৈছো। ভাৰতে পেট্ৰ’লত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্যও ২০৩০ চনৰ পৰা ২০২৫ চনলৈ পাঁচ বছৰ হ্ৰাস কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাই জৈৱ প্ৰযুক্তি খণ্ডত নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব।“উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, পীয়ুষ গোয়াল, আৰু ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত আছিল।

 

 

 

Previous Post

হজৰত মহম্মদক অপমানঃ নুপূৰ শর্মাৰ লগতে কাৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ !

Next Post

দেশৰ ভিতৰতে সর্বাধিক দুর্ঘটনা সংঘটিত হয় এইখন ৰাজ্যতঃ এবছৰত কিমান জন নিহত হ’ল ?

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
দেশৰ ভিতৰতে সর্বাধিক দুর্ঘটনা সংঘটিত হয় এইখন ৰাজ্যতঃ এবছৰত কিমান জন নিহত হ’ল ?

দেশৰ ভিতৰতে সর্বাধিক দুর্ঘটনা সংঘটিত হয় এইখন ৰাজ্যতঃ এবছৰত কিমান জন নিহত হ’ল ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7