VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ গোলাপী হীৰা উদ্ধাৰ, কেনেকৈ হ’ব নিলাম !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 27, 2022
in মুখ্য সংবাদ
৩০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ গোলাপী হীৰা উদ্ধাৰ, কেনেকৈ হ’ব নিলাম !!
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

বিগত তিনিশ বছৰৰ ভিতৰত উদ্ধাৰ কৰা গোলাপী হীৰাসমূহৰ ভিতৰত সর্ববৃহৎ গোলাপী হীৰা এংগোলাত উদ্ধাৰ কৰা হৈছে ৷ বুধবাৰে অষ্ট্ৰেলিয়াৰ ছাইট অপাৰেটৰ লুকাপা ডাইমণ্ড কোম্পানীয়ে  বিৰল বিশুদ্ধ গোলাপী ৰঙৰ হীৰা উদ্ধাৰ কৰা বুলি ঘোষণা কৰে ৷ লুকাপা ডাইমণ্ড কোম্পানীয়ে বিনিয়োগকাৰীসকলক দিয়া এক বিবৃতিত জনোৱা মতে, দেশখনৰ হীৰা সমৃদ্ধ উত্তৰ-পূবৰ লুলো খনিত ১৭০ কেৰেটৰ গোলাপী ৰঙৰ হীৰা এটা আৱিষ্কাৰ কৰা হৈছে ৷ এই হীৰাৰ টুকুৰাটো  এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ গোলাপী ৰঙৰ হীৰাসমূহৰ ভিতৰত অন্যতম ৷  আন্তঃৰাষ্ট্ৰীয় নিবিদাত বিক্ৰী কৰা হ’ব এই হীৰা ৷  বিৰল এই হীৰাৰ মূল্যও হ’ব অকল্পনীয় ৷  ইয়াৰ পূর্বে ৫৯.৬ কেৰেটৰ পিংক ষ্টাৰ ২০১৭ চনত হংকঙৰ নিলামত বিক্ৰী হৈছিল ৭১.২ মিলিয়ন মাৰ্কিন ডলাৰত। ই এতিয়ালৈকে বিক্ৰী হোৱা আটাইতকৈ দামী হীৰা ৷

Previous Post

ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক শক্তিশালী প্ৰজাতি

Next Post

লকডাউন নিজেই নির্মাণ কৰা বিমানেৰে পৰিয়ালসহ ইউৰোপ ভ্ৰমণ কেৰেলাৰ এজন ব্যক্তিৰ, কাহিনী শুনিলে আপুনিও হ’ব ৰোমাঞ্চিত

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
লকডাউন নিজেই নির্মাণ কৰা বিমানেৰে পৰিয়ালসহ ইউৰোপ ভ্ৰমণ কেৰেলাৰ এজন ব্যক্তিৰ, কাহিনী শুনিলে আপুনিও হ’ব ৰোমাঞ্চিত

লকডাউন নিজেই নির্মাণ কৰা বিমানেৰে পৰিয়ালসহ ইউৰোপ ভ্ৰমণ কেৰেলাৰ এজন ব্যক্তিৰ, কাহিনী শুনিলে আপুনিও হ’ব ৰোমাঞ্চিত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7