VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অবিশ্বাস্য যেন লাগিলেও সত্য, ৪৭৭ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল এটুকুৰা বিৰল হীৰা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 8, 2022
in মুখ্য সংবাদ
অবিশ্বাস্য যেন লাগিলেও সত্য, ৪৭৭ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল এটুকুৰা বিৰল হীৰা
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন মূল্যবান আ-অলংকাৰ আপুনি দেখিছে ৷ সোণ- হীৰা অথবা প্লেটিনামৰ দৰে মূল্যৱান ধাতু-ৰত্নৰ মূল্যও আপুনি জানে ৷ কিন্তু এটুকুৰা হীৰাৰ মূল্য ৪৭৭ কোটি টকাৰো অদঘিক হ’ব পাৰে বুলি আপুনি ভাবিব পাৰেনে ! আপোনাৰ মোৰ বাবে এয়া কল্পনাতীত হ’লেও হংকঙত এটুকুৰা হীৰা বিক্ৰী হ’ল ৫৮ নিযুত ডলাৰ ৷ ভাৰতীয় মূল্যত ইয়াৰ পৰিমান হ’ব ৪৭৭ কোটিৰো অধিক ৷ অৱশ্যে হংকঙত নিলাম হোৱা এই হীৰাৰ টুকুৰাটো আছে বিশেষত্ব ৷ নিলাম সম্পন্ন হোৱা হীৰাৰ টুকুৰাটো হৈছে এটা বিৰল গোলাপী হীৰা ৷

শুকুৰবাৰে ১১.১৫ কেৰেটৰ হীৰাৰ টুকুৰাটো  ৪৫৩.২ মিলিয়ন হংকং ডলাৰ (৫৭.৭ মিলিয়ন ডলাৰ) মূল্য  লাভ কৰে ৷ যিটো যিকোনো মণিৰ বাবে নিলামত লাভ  কৰা দ্বিতীয় সৰ্বোচ্চ মূল্য বুলি জানিব পৰা গৈছে ৷

ফ্ল’ৰিডাৰ বোকা ৰেটনৰ এজন অজ্ঞাত ক্ৰেতাই কৰা এই হীৰাৰ  টুকুৰাটো আনুমানিক ২ কোটি ১০ লাখ ডলাৰৰ বিক্ৰী মূল্যৰ দুগুণতকৈও অধিক দামত ক্ৰয় কৰে ৷ নিলামত বিক্ৰী হোৱা এইটো হৈছে দ্বিতীয় বৃহত্তম গোলাপী ৰঙৰ হীৰা। গোলাপী ৰঙৰ হীৰা হৈছে বহুমূলীয়া ৰত্নৰ ভিতৰত আটাইতকৈ বিৰল আৰু বিশ্বৰ বজাৰত আটাইতকৈ বেছি চাহিদা থকা হীৰা ।ইয়াৰ পূর্বে ২০১৭ চনত পিংক ষ্টাৰ নামেৰে জনাজাত এটা হীৰাৰ টুকুৰাটো ৭১.২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।

শুকুৰবাৰে নিলাম হোৱা হীৰাৰ টুকুৰাটো উইলিয়ামছন পিংক ষ্টাৰ নামেৰে  নামকৰণ কৰা হৈছিল ৷ ইয়াৰ পূর্বে  আন দুটা গোলাপী হীৰাৰ নাম ৰখা হৈছিল চিটিএফ পিংক ষ্টাৰ আৰু উইলিয়ামছন ষ্টোন ৷ উইলিয়ামছন ষ্টোন নামৰ গোলাপী হীৰাৰ টুকুৰাটো  ১৯৪৭ চনত দ্বিতীয় ৰাণী এলিজাবেথক বিয়াৰ উপহাৰ হিচাপে দিয়া হৈছিল ৷ ইয়াৰ ওজন আছিল  ২৩.৬ কেৰেট ৷

 

Previous Post

‘ব্ৰিজ’ৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত পোৱা নাই কোনো সঠিক সমাধান

Next Post

৩০ বছৰ বয়সতে মৃত্যু ডব্লিউডব্লিউইৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
৩০ বছৰ বয়সতে মৃত্যু ডব্লিউডব্লিউইৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ

৩০ বছৰ বয়সতে মৃত্যু ডব্লিউডব্লিউইৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7