VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীত পথসভা আৰম্ভ

গণতন্ত্ৰৰ সংকট কালত ৰাইজক ঐক্যবদ্ধ হ'বলৈ আহ্বান কংগ্ৰেছৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in মুখ্য সংবাদ
গুৱাহাটীত পথসভা আৰম্ভ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ পৰিচালনাত আজি গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত বিয়লি এখন পথসভা অনুষ্ঠিত হয়। নৰেন্দ্ৰ মোদীৰ শাসনত দেশত গভীৰ সংকটত পৰা গণতন্ত্ৰ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চলা আক্ৰোশমূলক পদক্ষেপৰ প্ৰতিবাদত ৰাইজক সজাগ কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানক্ৰমে এই পথসভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি বি জে পিৰ শাসনত কেনেদৰে গণতন্ত্ৰ আৰু দেশৰ সংবিধানক পদদলিত কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ স্বৈৰাচাৰী কৰ্মকাণ্ডৰ বিৰুদ্ধে তীক্ষ্ণ আক্ৰমণাত্মক বক্তব্য দাঙি ধৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটিৰ উৎস কি, প্ৰধানমন্ত্ৰী মোদী আৰু ব্যৱসায়ী আদানীৰ গোপন সম্পৰ্কৰ ৰহস্য ৰাজহুৱা কৰিবলৈ কেউগৰাকী বক্তাই দাবী তোলে। ইয়াৰ উপৰি দেশৰ জনসাধাৰণক কোঙা কৰা মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰি বক্তাসকলে ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱা মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাসকলে। দেশত এতিয়া নৰেন্দ্ৰ মোদী আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লুটপাতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন বিপদাপন্ন কৰি তুলিছে বুলি নেতাসকলে প্ৰকাশ কৰে। পথসভাত দলীয় কৰ্মীসকলে পথচাৰীৰ মাজত এখন প্ৰচাৰপত্ৰও বিতৰণ কৰে।

Previous Post

‘চিটাডেল’ৰ প্ৰিমিয়াৰত স্বামী নিক নহয়,সহ অভিনেতা ৰিচাৰ্ডৰ হাতত ধৰি আহিল প্ৰিয়ংকা

Next Post

কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?

কাৰ পৃষ্ঠপোষকতাত বিয়াগোম জলসিঞ্চন বিভাগত ভুৱা নথিৰে ঠিকাৰ নিবিদা দাখিল কৰিলে অঞ্জন ডেকাই?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7