VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

গুৱাহাটীৰ প্ৰশাসনিক সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2022
in মুখ্য সংবাদ
গুৱাহাটীৰ প্ৰশাসনিক  সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আপুনি আত্ম-সহায়ক গোটৰ সদস্য নেকি ? তেনেহ’লে আপোনাৰ বাবে আছে সুখবৰ ৷ এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ সভা-সমিতিসমূহত  ব্যৱহাৰ কৰা হ’ব আত্মসহায়ক গোটসমূহে উৎপাদন কৰা পিঠা –লাৰু তথা জলপান ৷  আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা আত্ম-সহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ মাজত  এই সন্দর্ভত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হয়। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য়ালয়ত অনুষ্ঠিত এই সভাত আনুষ্ঠানিকভাৱে  স্বাক্ষৰিত এই চুক্তি মতে এতিয়াৰে পৰা প্ৰশাসনৰ সকলো উন্নয়নমূলক সভাত এই আত্ম-সহায়ক গোটসমূহক তেওঁলোকে নিজে তৈয়াৰ কৰা লঘু জলপানৰ যোগান ধৰিবলৈ সুবিধা দিয়া হব।

সভাত নগৰীয়া জীৱিকা প্ৰকল্প, ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান তথা পৌৰনিগমৰ কেইবাটাও আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্য উপস্থিত থাকে। সভাত আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই উপায়ুক্তগৰাকীয়ে মহিলাসকলক আয়ৰ উৎস শক্তিশালী কৰি আত্মনিৰ্ভৰ হ’বলৈ উৎসাহিত কৰে আৰু প্ৰশাসন আৰু পৌৰনিগমৰ এই চুক্তিয়ে মহিলাসকলৰ উন্নয়নৰ পথ ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সভাত ভাষণ প্ৰদান কৰি পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় যে দেশৰ ধৰণী জ্ঞান কৰি মহিলাসকলক আগুৱাই যাবলৈ চৰকাৰে সকলো ধৰণৰ পথ মুকলি কৰি দিছে। মহিলাসকলৰ মনত সেই সম্পৰ্কে শুভ বুদ্ধি উদয় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Previous Post

উত্তৰ গুৱাহাটী – পলাশবাৰী পৌৰসভা নিৰ্বাচনত কোনে মাৰিলে শেষ হাঁহি !

Next Post

পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন

পুত্ৰৰ স’তে দেশ এৰিবলৈ বাধ্য হ’ল মিছ ইউক্ৰেইন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7