VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভোকত কান্দিছে সাধাৰণ জনতাই, তুৰস্কত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ১৫০০০

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in মুখ্য সংবাদ
ভোকত কান্দিছে সাধাৰণ জনতাই, তুৰস্কত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ১৫০০০
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ৩৫ হাজাৰৰো অধিক হ’ব বুলি দেশখনৰ চৰকাৰে প্ৰশাসন কৰিছে । ভূমিকম্পৰ পিছত ভয়াৱহ শীতৰ বাবে দুয়োখন দেশৰ উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। উদ্ধাৰ অভিযানত হোৱা ভুল স্বীকাৰ কৰিছে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে।

দুৰ্যোগ ব্যৱস্থাপনা নীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুৰস্ক চৰকাৰক সমালোচনা কৰা হৈছিল। উদ্ধাৰ অভিযানত দেখা দিয়া সমস্যাৰ কথা স্বীকাৰ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ ভূমিকম্পৰ ফলত দেশৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কয়, “ইমান ডাঙৰ দুৰ্যোগৰ বাবে আমাৰ কোনোৱেই সাজু নাছিল। ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱা সম্ভৱ নহয়।“

সোমবাৰে পুৱা তুৰস্কত ভূমিকম্পৰ সৃষ্টি হয়। মূল কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৮। ইয়াৰ পিছত তুৰস্ক আৰু ছিৰিয়াত আৰু দুটাকৈ প্ৰবল ভূমিকম্প হয়। এই ভূমিকম্পৰ আফটাৰশ্বকত কমেও ১০০ বাৰ কঁপি উঠিছে দেশখন । ইতিমধ্যে এই ভূমিকম্পক শতিকাৰ অন্যতম শক্তিশালী ভূমিকম্প হিচাপে স্বীকৃতি দিয়া হৈছে।

ভূমিকম্পৰ ফলত বহু ঘৰ ভাঙি গৈছে। ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হয়। দুৰ্যোগৰ পিছত অত্যন্ত ঠাণ্ডা আৰু ভোকৰ বাবে আন বহু লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰলৈকে মৃত্যুৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰিছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ভূমিকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়া এতিয়া কেৱল মৃত্যুৰ কিৰিলি। কোনোবাই অনাহাৰে, কোনোবাই অসহায় হৈ চাই ৰৈছে নিজৰ আপোনজনৰ মৃতদেহলৈ ৷

তুৰস্ক প্ৰশাসনৰ সূত্ৰ অনুসৰি প্ৰচণ্ড ঠাণ্ডা আৰু বৰষুণৰ ফলত উদ্ধাৰ কার্যত বাধাৰ সৃষ্টি হৈছে। ধ্বংসপ্ৰাপ্ত পথৰ বাবে বহু অঞ্চললৈ যাব পৰা নাই উদ্ধাৰকাৰী।  ভূমিকম্পৰ পৰা ৰক্ষা পোৱাৰ পিছতো তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে সাধাৰণ লোকৰ জীৱনলৈ ৷  স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিসকলে এই ঠাণ্ডাত মুকলি আকাশৰ তলত দিনটো কটায়, তেওঁলোকে হাইপোথাৰ্মিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ই শৰীৰৰ উষ্ণতা সোনকালে হ্ৰাস কৰিব। আনকি ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে।

ভাৰতকে ধৰি কেইবাখনো দেশ বিধ্বস্ত তুৰস্কৰ কাষত থিয় দিছে। দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে সাহায্য। ভাৰতৰ পৰা উদ্ধাৰকাৰী দলটোও তুৰস্কলৈ যায়।

Previous Post

বৰফৰ টুকুৰাৰেও দাঁতৰ বিষ কমাব পাৰি । কেনেকৈ জাঁনো আহক

Next Post

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

Related Posts

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু
মুখ্য সংবাদ

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
মুখ্য সংবাদ

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
মুখ্য সংবাদ

৪০ লাখ শিক্ষার্থীলৈ মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা

March 31, 2023
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
মুখ্য সংবাদ

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

March 31, 2023
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
মুখ্য সংবাদ

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

March 30, 2023
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
মুখ্য সংবাদ

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

March 30, 2023
Next Post
কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7