VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাতৃয়ে ২৭ বছৰ পূর্বে সেনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা একাডেমীৰ পৰাই প্ৰশিক্ষণ লৈ সেনা বিষয়া হ’ল পুত্ৰ, মাতৃ-পুত্ৰৰ হৃদয়স্পর্শী কাহিনীয়ে লাভ কৰিছে চর্চা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মুখ্য সংবাদ
মাতৃয়ে  ২৭ বছৰ পূর্বে  সেনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা  একাডেমীৰ পৰাই প্ৰশিক্ষণ লৈ সেনা বিষয়া হ’ল পুত্ৰ, মাতৃ-পুত্ৰৰ হৃদয়স্পর্শী কাহিনীয়ে লাভ কৰিছে চর্চা
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মাতৃৰ পদাংক অনুসৰণ কৰি নিজকে এজন সেনা বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এজন যুৱকে কৰা প্ৰচেষ্টাৰ হৃদয়স্পর্শী কাহিনীয়ে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ লক্ষণীয়ভাৱে যুৱকজনে একেখন একাডেমীৰ পৰা প্ৰশিক্ষণ লাভ কৰি সেনা বাহিনীত ভর্ত্তি হ’বলৈ সুযোগ লাভ কৰিছে ৷ এই কাহিনী হৈছে মেজৰ স্মিতা চতুৰ্বেদী (অৱসৰপ্ৰাপ্ত)ৰ ৷ ২৭ বছৰ পূৰ্বে চেন্নাইত যিখন একাডেমীৰ পৰা চর্তুবেদীয়ে প্ৰশিক্ষণ লাভ কৰিছিল সেই একেখন একাডেমীৰ পৰা শনিবাৰে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰে তেওঁৰ পুত্ৰই।চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত আছিল মালদ্বীপৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল আব্দুল্লা চামালে।

Maj Smita Chaturvedi(Retd) reminisces her old days of being a Cadet in the illustrious Academy and ecstatic about her son re-enacting the glorious script of joining Army like herself. @adgpi @artrac_ia @smritiirani @MinistryWCD @DefenceMinIndia @IaSouthern @PIB_India @DDNewslive pic.twitter.com/yoi7AoyVMq

— Defence PRO Chennai (@Def_PRO_Chennai) July 30, 2022

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চেন্নাইৰ জনসংযোগ বিষয়াই টুইটাৰত মেজৰ (অৱসৰপ্ৰাপ্ত) স্মিতা আৰু তেওঁৰ পুত্ৰৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে -, “১৯৯৫ চনত ২৭ বছৰৰ পূৰ্বে চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ লাভ কৰা মেজৰ স্মিতা চতুৰ্বেদী (অৱসৰপ্ৰাপ্ত)য়ে আজি একেখন একাডেমীতে তেওঁৰ পুত্ৰক একে ধৰণে প্ৰশিক্ষণ লাভ কৰাৰ সৌভাগ্য হ’ল ৷ “ আন এটা টুইটত মেজৰ স্মিতাৰ প্ৰশিক্ষণৰ দিনৰ এখন ছবি প্ৰকাশ কৰা হৈছে । মেজৰ স্মিতা চতুৰ্বেদীয়েও একাডেমীত থকা পুৰণি দিনবোৰ স্মৰণ কৰে। এটা ভিডিঅ’ বাৰ্তাত তেওঁ কয় যে নতুন প্ৰজন্ম তেওঁলোকতকৈ আগবাঢ়ি গৈছে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ৷ ইণ্টাৰনেটত এইগৰাকী মহিলা বিষয়াৰ বিৰল কাহিনীক ইণ্টাৰনেটৰ মাধ্যমেৰে সকলোৱে প্ৰশংসা কৰিছে

Previous Post

গৰমৰ বাবেই ‘টাই” নামৰাবিলৈ মন্ত্ৰী-বিষয়া-কর্মচাৰীক আহ্বান এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ

Next Post

ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ ৰে'ল সেৱা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7