VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেনে আছে ছোনিয়া গান্ধীঃ জনালে কংগ্ৰেছে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 17, 2022
in মুখ্য সংবাদ
কেনে আছে ছোনিয়া গান্ধীঃ জনালে কংগ্ৰেছে
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ যাৱতীয় চিকিৎসা অব্যাহত আছে ৷  কংগ্ৰেছৰ  সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি ভৰ্তি হোৱাৰ লগে লগে তেওঁৰ হাওঁফাওৰ  নিম্ন অংশত  সংক্ৰমণ ধৰা পৰিছে ।

৭৫ বছৰীয়া ছোনিয়া গান্ধীক ১২ জুনত গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ তেওঁৰ নাকৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলোৱাৰ বাবে হাস্পতালত ভর্ত্তি কৰা হৈছিল ৷ । যোৱা ২ জুনত তেওঁৰ ক’ভিড পজিটিভ হৈছিল ৷ নেত্ৰীগৰাকীৰ  পুত্ৰ-কন্যা ক্ৰমে  ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা নিয়মীয়াকৈ তেওঁৰ লগত আছে জানিব পৰা গৈছে। ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিশা চিকিৎসালয়ত উপস্থিত হৈ নিশা কটায় বুলি জানিব পৰা গৈছে ৷

ছোনিয়া গান্ধীৰ  স্বাস্থ্যজনিত সমস্যাৰ বাবে  সাংসদ ৰাহুল গান্ধীয়ে নেশ্যনেল হেৰাল্ড কাকতৰ সৈতে জড়িত গোচৰত জেৰাৰ দিন পিছুৱাই দিবলৈ এনফর্চমেণ্ট সঞ্চালকালয়ক আহ্বান জনাইছিল ৷ ইতিমধ্যে তিনিদিনৰ ভিতৰত ৩০ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰা  ৰাহুল গান্ধীক  অহা ২০ জুন সোমবাৰে পুনৰ  সোধা-পোছা কৰা হ’ব।

Previous Post

অৱশেষত বৃদ্ধি কৰা হ’ল অগ্নিপথ আঁচনিৰ প্ৰৱেশৰ বয়স সীমা

Next Post

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7