VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চেষ্টাৰ অসাধ্য একো নাইঃ ৩৯ বাৰ আৱেদন নাকচ হোৱা পাছত গুগলত চাকৰি লাভ কৰি ইণ্টাৰনেটত সমাদৃত এইজন লোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 27, 2022
in মুখ্য সংবাদ
চেষ্টাৰ অসাধ্য একো নাইঃ ৩৯ বাৰ আৱেদন নাকচ হোৱা পাছত  গুগলত চাকৰি লাভ কৰি ইণ্টাৰনেটত সমাদৃত এইজন লোক
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

চেষ্টাৰ অসাধ্য যে একো হ’ব নোৱাৰে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে ছান ফ্ৰান্সিছকোৰ এজন ব্যক্তিয়ে ৷ তেওঁৰ নাম হৈছে টাইলাৰ কোহেন ৷ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান গুগলত চাকৰি লাভ কৰাৰ বাবে ৩৯ বাৰ আৱেদন কৰিও বিফল হোৱা নাছিল কোহেন ৷ যাৰ বাবে ৩৯ বাৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত  তেওঁ গুগলত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

সামাজিক মাধ্যমত নিজৰ কাহিনী প্ৰকাশ কৰা  টাইলাৰ কোহেনে গুগলত চাকৰিৰ বাবে  সর্বমুঠ ৩৯ বাৰ আবেদন কৰিছিল। ২০১৯ চনৰ পৰা কৰা প্ৰচেষ্টাৰ পাছত  যোৱা ১৯ জুলাইত  তেওঁ চাকৰি লাভ কৰে ৷ । গুগলৰ পূর্বে তেওঁ  ড’ৰডেছৰ এছ’চিয়েট মেনেজাৰ  হিচাপে কাম কৰিছিল।

নিজৰ কাহিনী শ্বেয়াৰ কৰি  তেওঁ প্ৰকাশ কৰা এই পোষ্টটো প্ৰায় ৩৫ হাজাৰ লোকে লাইক কৰিছে আৰু প্ৰায় ৮০০ ব্যৱহাৰকাৰীয়ে মন্তব্যৰে  শলাগ লৈছে ৷ কোহিনে  ২০১৯ চনৰ ২৫ আগষ্টত  প্ৰথমবাৰৰ বাবে আবেদন কৰিছিল যদিও নাকচ কৰা হৈছিল। তেওঁ হাৰ নামানি পুনৰ দুবাৰকৈ আবেদন কৰে ৷ এই দুই বাৰতে  কোহেনক  নাকচ কৰা হৈছিল। কোহেনে ২০২০ চনৰ জুন মাহত ক’ভিড মহামাৰীৰ সময়ত পুনৰ আবেদন কৰিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰতিবাৰে নাকচ কৰা হৈছিল ৷  কিন্তু শেহতীয়াকৈ  ১৯ জুলাইত তেওঁক গুগলে পদটোত নিযুক্তিৰ বাবে  নিৰ্বাচন কৰে ৷  কোহেনৰ এই কৃতিত্বত আপ্লুত হৈ বহুলোকে সামাজিক মাধ্যমৰ জৰিয়তে  অভিনন্দন জ্ঞাপন কৰিছে ৷

 

 

Previous Post

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

Next Post

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘অসম যুৱ অলিম্পিক’ৰ সামৰণি অনুষ্ঠান

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘অসম যুৱ অলিম্পিক’ৰ সামৰণি অনুষ্ঠান

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘অসম যুৱ অলিম্পিক’ৰ সামৰণি অনুষ্ঠান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7