VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নীট-পিজিত অতিৰিক্ত কাউন্সেলিং অনুষ্ঠিত কৰিবলৈ দাখিল কৰা আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 10, 2022
in মুখ্য সংবাদ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

নীট-পিজিৰ খালী হৈ থকা আসনসমূহৰ বাবে অতিৰিক্ত কাউন্সেলিং অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়াৰ প্ৰার্থনাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন খাৰিজ কৰা হৈছে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে আৱেদনখনৰ শুনানি গ্ৰহণ কৰি কয়  যে স্নাতকোত্তৰ (পিজি) শাখাত খালী হৈ থকা  আসন পূৰণৰ বাবে বিশেষ ৰাউণ্ডৰ পৰামৰ্শ প্ৰদান কৰাটো চিকিৎসা শিক্ষা আৰু জনস্বাস্থ্যৰ স্বাৰ্থৰ পৰিপন্থী হ’ব ৷

নীট-পিজি ২০২১ত যোগ্যতা অৰ্জন কৰা চিকিৎসকৰ এটা গোটে দাখিল কৰা আবেদন খাৰিজ কৰে ন্যায়ালয়ে ৷  ৭ মে’ত নামভৰ্তি বন্ধ হোৱাৰ পিছত খালী হৈ থকা  ১৪৫৬খন পিজি আসনৰ কথা উল্লেখ কৰি বিশেষ কাউন্সেলিং ৰাউণ্ড অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে কয় যে আবেদনকাৰীসকলক এনে সকাহ প্ৰদান কৰিলে চিকিৎসা শিক্ষা আৰু জনস্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে।

আস্থা গোৱেলৰ নেতৃত্বত সাতজনীয়া চিকিৎসকৰ এটা দলে দাখিল কৰা আবেদন খাৰিজ কৰি বিচাৰপীঠে কয় যে, ‘৮-৯ ৰাউণ্ডৰ পৰামৰ্শ দিয়াৰ পিছতো ৪০ হাজাৰ আসনৰ ভিতৰত মাত্ৰ ১৪৫৬ খন আসনহে খালী হৈ আছে। ইয়াৰে ১০০০ৰো অধিক নন-ক্লিনিকেল পোষ্ট।”উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই গোচৰটোত  ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল ৷ এই সন্দর্ভত কেন্দ্ৰই কয় যে প্ৰতি বছৰে  এনেদৰে আসন খালী হৈ থাকে ৷  এই আসনসমূহ অক্লিনিকেল বা শিক্ষক পদ হোৱাৰ বাবেই কেৰিয়াৰত সহায় নকৰে বুলি ভাবি চিকিৎসকসকলে আৱেদন নকৰে ৷ কেন্দ্ৰই জনোৱা মতে, খালী হৈ থকা ১৪৫৬ খন আসনৰ ভিতৰত ১১০০ খন ব্যক্তিগত মহাবিদ্যালয়ৰ  আৰু ৩০০খন আসন চৰকাৰী মহাবিদ্যালয়ত আছে।

 

Previous Post

এম্বুলেন্স নাইঃপ্ৰথমে বাছত, তাৰ পাছত পিতৃয়ে কান্ধত লৈ আহিল কন্যাৰ মৃতদেহ

Next Post

ভাৰতীয় টকাৰ মূল্যই গঢ়িলে সৰ্বকালৰ সৰ্বনিম্ন অভিলেখ

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
ভাৰতীয় টকাৰ মূল্যই গঢ়িলে  সৰ্বকালৰ সৰ্বনিম্ন অভিলেখ

ভাৰতীয় টকাৰ মূল্যই গঢ়িলে সৰ্বকালৰ সৰ্বনিম্ন অভিলেখ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7