VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুই দশকৰ পাছত খান্দি উলিওৱা হ’ল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ চাৰিচকীয়া বাহন, ক’ত প্ৰদর্শন কৰা হ’ব এই বাহন !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 7, 2022
in মুখ্য সংবাদ
দুই দশকৰ পাছত খান্দি উলিওৱা হ’ল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ চাৰিচকীয়া বাহন, ক’ত প্ৰদর্শন কৰা হ’ব এই বাহন !!
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

 

দুই দশকৰ পাছত মাটিৰ তলৰ পৰা খান্দি উলিওৱা হ’ল তালিবানৰ প্ৰতিষ্ঠাতা মোল্লা ওমৰে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহন ৷ পূব আফগানিস্তানৰ জাবুল প্ৰদেশৰ এখন গাঁৱৰ বাগিচাৰ পৰা বাহনখন খান্দি উলিওৱা হয় ৷  উল্লেখ্য যে ৯/১১ আক্ৰমণৰ পিছত আমেৰিকান বাহিনীয়ে লক্ষ্য কৰি  লোৱাৰ পাছত পলায়ন কৰিবলৈ তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰে গাড়ীখন ব্যৱহাৰ কৰিছিল ৷ তালিবানৰ প্ৰাক্তন বিষয়া আব্দুল জাব্বাৰ ওমাৰীয়ে বগা ৰঙৰ টয়োটা ক’ৰ’লা গাড়ীখন এই সপ্তাহত খান্দি উলিয়াবলৈ নিৰ্দেশ দিছিল।

জাবুল প্ৰদেশৰ তথ্য আৰু সংস্কৃতিৰ সঞ্চালক ৰহমতুল্লাহ হাম্মাদে প্ৰকাশ কৰা অনুসৰি গাড়ীখনৰ অৱস্থা এতিয়াও ভাল হৈ আছে ৷ কেৱল ইয়াৰ সন্মুখভাগহে  অলপ ক্ষতিগ্ৰস্ত হৈছে। এই বাহনখন শত্ৰুৰ হাতত ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ  ২০০১ চনত ওমৰৰ স্মৃতি হিচাপে মুজাহিদীনে  পুতি থৈছিল। তালিবানে গাড়ীখন ৰাজধানীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত “মহান ঐতিহাসিক স্মৃতিসৌধ” হিচাপে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিব ৷

১৯৯৬ চনত ৰক্তাক্ত গৃহযুদ্ধৰ পিছত কট্টৰপন্থী ইছলামিক আন্দোলনক ক্ষমতালৈ অনা  মোল্লা ওমৰে কান্দাহাৰত তালিবান  গঠন কৰিছিল ৷সেই সময়তে  দেশখনৰ ওপৰত  কঠোৰ ইছলামিক আইন জাপি দিয়া হৈছিল ৷ তাৰ পিছত আফগানিস্তান ওছামা বিন লাডেন আৰু আল কায়দাকে ধৰি জেহাদী গোটসমূহৰ বাবে মূল আশ্ৰয়স্থল হৈ পৰে ৷ তালিবানে বিন লাডেনক গতাই দিবলৈ অস্বীকাৰ কৰাৰ পাছত  আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে আফগানিস্তানত বিমান আক্ৰমণ চলায় ৷  আক্ৰমণ কৰাৰ পূৰ্বে তালিবানক ক্ষমতাৰ পৰা আঁতৰাই নতুন চৰকাৰ স্থাপন কৰিছিল। তালিবানৰ বিষয়াসকলে কয় যে মোল্লা ওমৰে কান্দাহাৰৰ পৰা টয়োটা ক’ৰ’লাত পলায়ন কৰিছিল। ২০১৩ চনত লুকাই থকা অৱস্থাত তেওঁৰ মৃত্যু হয় যদিও বিষয়াসকলে তেওঁৰ মৃত্যুক কেইবাবছৰ ধৰি গোপন কৰি ৰাখিছিল।

দুটা দশক ধৰি ৰক্তাক্ত বিদ্ৰোহ ৰোধ কৰাৰ চেষ্টা চলোৱাৰ পাছত যোৱা বছৰ ৱাশ্বিংটনে আফগানিস্তানৰ পৰা  সৈন্য প্ৰত্যাহাৰ কৰে ৷  তালিবানে কাবুল দখল কৰি ক্ষমতালৈ ঘূৰি আহে ৷

Previous Post

বিত্ত-গৃহ-ৰাজহসহ গুৰুত্বপূর্ণ বিভাগ নিজে ল’ব বিজেপিয়ে , শীঘ্ৰে হ’ব মহাৰাষ্ট্ৰ কেবিনেটৰ সম্প্ৰসাৰণ

Next Post

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7