VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 11, 2023
in মুখ্য সংবাদ
মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

historic steam train passes through the fields

0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

ইঞ্জিনবিহীন চলন্ত মালবাহী ৰে’লখন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিলে সাতগাঁও আৰক্ষী থানাত । মহানগৰীৰ সাতগাঁও সূৰ্য নগৰত ভয়ংকৰ ঘটনা ।

এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল সাতগাঁও অঞ্চল । শুকুৰবাৰে নিশা নাৰেংগী সেনা শিবিৰৰ ৰে’ল ষ্টেচনৰ পৰা ইঞ্জিনবিহীন মালবাহী ৰে’ল এখন নিজে নিজে গুচি আহিল সাতগাঁও সূৰ্য নগৰলৈ । ইঞ্জিনবিহীন চলন্ত মালবাহী ৰে’লখন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিলে সাতগাঁও থানাত ।

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জেক লগাই মালবাহী ৰে’লখন ৰখাবলৈ সক্ষম হয় । পিছত সাতগাঁও থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সেনা বাহিনীক খবৰ দিয়ে । সেনা বাহিনীৰ লোক ইঞ্জিন লৈ আহি নিশাই পুনৰ ৰে’লখন নাৰেংগী সেনা শিবিৰৰ ষ্টেচনলৈ লৈ যায় ।

নাৰেংগী সেনা শিবিৰৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’লখন প্ৰায় ৪ কিলোমিটাৰ গুচি অহাৰ ফলত কোনো ক্ষয়–ক্ষতি হোৱা নাই । নাৰেংগী সেনা শিবিৰৰ ৰে’ল ষ্টেচনৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

Previous Post

দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

Next Post

‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ নির্মাতা অস্কাৰ বিজয়ী পৰিচালক হিউ হাডছনৰ মৃত্যু

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ নির্মাতা  অস্কাৰ বিজয়ী পৰিচালক  হিউ হাডছনৰ মৃত্যু

‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ নির্মাতা অস্কাৰ বিজয়ী পৰিচালক হিউ হাডছনৰ মৃত্যু

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7