VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নৰ্মদা বচাও আন্দোলনৰ ৩৮ বছৰ উপলক্ষে মধ্যপ্ৰদেশত অনুষ্ঠিত নদী সুৰক্ষা সন্মিলনত কৃষক মুক্তিৰ অংশগ্ৰহণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 17, 2023
in মুখ্য সংবাদ
নৰ্মদা বচাও আন্দোলনৰ ৩৮ বছৰ উপলক্ষে মধ্যপ্ৰদেশত অনুষ্ঠিত নদী সুৰক্ষা সন্মিলনত কৃষক মুক্তিৰ অংশগ্ৰহণ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

 

নৰ্মদা বচাও আন্দোলনৰ ৩৮ বছৰ উপলক্ষে মধ্যপ্ৰদেশৰ বাৰৱাণীত ১৫-১৬ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ‘নদী ৰক্ষা কৰক,পানী আৰু প্ৰাণী বচাওক’ শীৰ্ষক এক সন্মিলন অনুষ্ঠিত হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ  নদী ৰক্ষা,বান্ধ নিৰ্মাণ বন্ধ কৰাৰ সপক্ষে আন্দোলন কৰা,বানপানী সম্পৰ্কীয় বিষয়সমূহত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা দেশৰ  বিভিন্ন সংগঠনৰ নেতাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত  পানী, মাটি আৰু বনাঞ্চল ৰক্ষাৰ দাবীত সংগঠিত গণ আন্দোলনৰ জৰিয়তে সংসদীয় ৰাজনীতিলৈ অহা কেইবাগৰাকীও সাংসদ, প্ৰাক্তন সাংসদ, বিধায়কক আমন্ত্ৰণ জনোৱা হয়। তাৰে ভিতৰত বৰ্তমানৰ বিহাৰৰ সাংসদ অনিল হাদৰে, প্ৰাক্তন পশ্চিম বংগৰ সাংসদ দেৱ প্ৰসাদ ৰয়, মধ্য প্ৰদেশৰ প্ৰাক্তন বিধায়ক ড৹ সুনীলম আদিয়ে সন্মিলনত অংশগ্ৰহণ কৰে। সমান্তৰাল ভাৱে উচ্চতম ন্যায়ালয়ৰ সঞ্জয় পাৰিক, নদী বিজ্ঞানী ড৹ সুপ্ৰতিম আদিৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ আন্দোলনকাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

 

ৰাষ্ট্ৰীয় সন্মিলন খনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বৰ্তমান অৱস্থা, ইয়াত থকা আৰু নিৰ্মীয়মান বান্ধ সমূহৰ বিষয়ে আলোচনাত উপস্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । লগতে পাম অইল, ৰামদেৱৰ দৰে ব্যক্তিক মাটি প্ৰদান, শিলসাঁকোৰ উচ্ছেদ ইত্যাদি সাম্প্ৰতিক অসমৰ বিষয়সমূহো তেওঁ  আলোকপাত কৰে। সন্মিলনত   উপস্থিত দেশৰ বিভিন্ন ক্ষেত্ৰত নেতৃবৃন্দৰ সমূখত অসমৰ জাতীয় সহমতক উপেক্ষা কৰি দিল্লীয়ে অসমৰ নদী সমূহৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি অসমৰ নদী সমূহক ধংস কৰায়ে নহয় অসমবাসীক হত্যা কৰিব বিচৰা বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে বিদ্যুৎ শইকীয়াই। এই ক্ষেত্ৰত বিজেপিৰ আৰু কংগ্ৰেছ দুয়োটা দলৰে নীতি আৰু আদৰ্শ একেই, অসমৰ সম্পদ লুণ্ঠন কৰি তেওঁলোকৰ পুজিপতি বন্ধু সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলিও সন্মিলনত মন্তব্য কৰে তেওঁ ।

 

ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত অৰুণাচল প্ৰদেশত নিৰ্মাণৰত বৃহৎ নদীবান্ধ সমূহৰ সমান্তৰালভাৱে চীনে নিৰ্মাণ কৰা ভয়াবহ নদীবান্ধ সমূহৰ নামনি অংশৰ প্ৰভাৱে  অসমক কেনেকৈ নিঃশেষ কৰিব সেয়া তথ্য সহকাৰে ৰাষ্ট্ৰীয় সন্মিলন খনত অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিমন্ত্ৰিত প্ৰতিনিধি কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াই তথ্য সহকাৰে উপস্থাপন কৰে। আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত চিন্তন আৰু এক্যবদ্ধ আন্দোলনৰ বাবে আহ্বান জনাই।

 

সন্মিলনত ভাৰতবৰ্ষৰ নদী সমূহ ৰক্ষাৰ কাৰণে নদীবিজ্ঞানী,উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ, সমাজবিজ্ঞানী, সমাজকৰ্মীসকলৰ উপস্থিতি, আলোচনা, পৰামৰ্শক্ৰমে ‘নদী সংৰক্ষণ,সুৰক্ষা তথা পুনৰজীৱন’ নামেৰে এখন অধিনিয়ম প্ৰস্ত্তত কৰা হয় । ৰাজ্যসভাত এই বিলখন দাখিল কৰাৰ দায়িত্ব গ্ৰহণ কৰা ৰাজ্যসভাৰ সাংসদ অনিল হেগ্ৰী এ বক্তব্য প্ৰদান কৰি বিধেয়ক খন ৰাজ্যসভাৰ মজিয়ালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ভাৰতবৰ্ষৰ বিশিষ্ট নেতা মেধা পাটকাৰ আৰু ডক্তৰ চুনিলমজী আদিয়ে স্বাক্ষৰ কৰা বিধেয়ক খনৰ অসমৰ অন্যতম স্বাক্ষকাৰী বিদ্যুৎ শইকীয়াই অসমক প্ৰতিনিধিত্ব কৰে ।

Previous Post

কোকৰাঝাৰত বনবিভাগৰ গুলীত নিহত চোৰাং কাঠবেপাৰী

Next Post

আজি গোর্খাসকলৰ পৱিত্ৰ তীজ উৎসৱ, জাগুণত তিনিদিনীয়াকৈ আয়োজন কার্যসূচীৰ

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
আজি গোর্খাসকলৰ পৱিত্ৰ  তীজ উৎসৱ, জাগুণত তিনিদিনীয়াকৈ আয়োজন কার্যসূচীৰ

আজি গোর্খাসকলৰ পৱিত্ৰ তীজ উৎসৱ, জাগুণত তিনিদিনীয়াকৈ আয়োজন কার্যসূচীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7