VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 30, 2023
in মুখ্য সংবাদ
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যাত্ৰীবাহী এখন বাছ বাগৰি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি বাছখনত মুঠ ৭৫ জন যাত্ৰী আছিল। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি ইয়াৰে কমেও ৮ জন যাত্ৰীৰ মৃত্যু হৈছে। আন বহু লোক আহত হয়।

 

মঙলবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ পৰা পৰ্যটক কঢ়িয়াই অনা এখন দীৰ্ঘ দূৰত্বৰ বাছ কাটৰা অভিমুখে গৈ আছিল। মূলতঃ সেই বাছেৰে তীৰ্থযাত্ৰীসকল বৈষ্ণোদেৱী মন্দিৰলৈ গৈছিল। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছখন যাত্ৰা কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকজনে। বাছখন ওলোটা হৈ দলঙৰ পৰা বাগৰি পৰে। কাটৰাৰ পৰা এই দুৰ্ঘটনাস্থলীৰ দূৰত্ব কমেও ১৫ কিলোমিটাৰ।

 

বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। খবৰ অনুসৰি এই দুৰ্ঘটনাত ২০ জনতকৈ অধিক যাত্ৰী আহত হয়। চিকিৎসাৰ বাবে জম্মুৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতসকল । আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক।

 

 

Previous Post

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7