VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ছাৰে জাহা সে আচ্ছা’ৰ সৃষ্টিকৰ্তাক এইবাৰ টাৰ্গেট মোদী চৰকাৰে! কবি ইকবালক পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 27, 2023
in মুখ্য সংবাদ
‘ছাৰে জাহা সে আচ্ছা’ৰ সৃষ্টিকৰ্তাক এইবাৰ টাৰ্গেট মোদী চৰকাৰে! কবি ইকবালক পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মোগল যুগৰ পিছত এইবাৰ উৰ্দু কবি মহম্মদ ইকবালক লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদী চৰকাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে শুকুৰবাৰে স্নাতক ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা ‘ছাৰে জাহা ছে আচ্ছা, হিন্দুস্তান হামাৰা’ৰ সৃষ্টিকৰ্তাৰ জীৱনী বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

 

‘আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তা’ শীৰ্ষক অধ্যায়টো দিল্লী বিশ্ববিদ্যালয়ৰ বি এৰ ষষ্ঠ ষান্মাসিকৰ অংশ আছিল। ইয়াত প্ৰয়াত কবি গৰাকীৰ জীৱনী আৰু সাহিত্যিক ৰচনাৰ ওপৰত ‘ইকবাল: সম্প্ৰদায়’ অধ্যায়টো সন্নিবিষ্ট কৰা হৈছিল। নিউজ এজেন্সী পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে ইয়াক প্ৰত্যাহাৰৰ পৰামৰ্শ পৰিচালনা ব’ৰ্ডলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত বিশ্ববিদ্যালয়খনৰ গভৰ্নিং কাউন্সিলে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

 

উল্লেখ্য যে ইকবালৰ জন্ম হৈছিল ১৮৭৭ চনত অবিভক্ত ভাৰতৰ শিয়ালকোট (বৰ্তমান পাকিস্তানত)ত। ১৯৩৮ চনত তেওঁৰ মৃত্যু হয়। পাকিস্তানে তেওঁক জাতীয় কবিৰ মৰ্যাদা দিলে। তেওঁৰ প্ৰাৰম্ভিক জীৱনত উৰ্দু ভাষাক কবিতাৰ ভাষা হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও পিছলৈ পাৰ্চী ভাষা তেওঁৰ লেখাৰ মাধ্যম হৈ পৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সমসাময়িক কবি ইকবালৰ ইংৰাজী কবিতা অনুবাদ পঢ়ি প্ৰশংসা কৰে। পণ্ডিত ৰবি শংকৰে ভাৰতীয় সেনাৰ বাবে ‘ছাৰে জাহা সে আচ্ছা’ৰ পেৰেড-ভাৰ্চনৰ সুৰ ৰচনা কৰিছিল।

 

প্ৰসংগক্ৰমে চলিত শিক্ষাবৰ্ষৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰিত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা মোগল যুগ বাদ পৰিছে। নেশ্যনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ৰ পাঠ্যপুথিৰ পৰাও মোগল যুগৰ ‘কৰ্তন’ কৰা হৈছে। ইতিহাসবিদৰ এটা দলে বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰৰ এই কাৰ্য্য মেৰুকৰণৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকৰ মৃত্যুদণ্ড বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ‘নিয়া’

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকৰ মৃত্যুদণ্ড বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ‘নিয়া’

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকৰ মৃত্যুদণ্ড বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত ‘নিয়া’

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7