VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সতীশৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ,হোলিৰ পার্টী অনুষ্ঠিত হোৱা স্থানত হঠাৎ আৰক্ষীৰ তালাচী-উদ্ধাৰ কেইবাবিধো ঔষধ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2023
in মুখ্য সংবাদ
বুধবাৰে হোলী উৎসৱত অংশ লোৱাৰ পাছতে স্বাস্থ্যৰ অৱনতি ,  হৃদৰোগত আক্ৰান্ত হৈ  মৃত্যু হোৱা কমেডিয়ান সতীশ কৌশিকৰ
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

৯ মাৰ্চৰ পুৱা প্ৰবীণ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ বিয়োগ ঘটে ৷  হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছে । দিল্লীৰ বন্ধু এজনৰ ফাৰ্ম হাউচত হোলী পাৰ্টিত উপস্থিত আছিল সতীশ। তাতে  তেওঁৰ অস্বস্তি অনুভৱ হোৱাত  গাড়ীৰে চিকিৎসালয়লৈ যোৱাৰ পথতেই মৃত্যু হয় অভিনেতা-পৰিচালকজনৰ। সতীশৰ মৃত্যুৰ কিছুদিন পিছতে দিল্লী আৰক্ষীয়ে দক্ষিণ-পশ্চিম দিল্লীৰ ফাৰ্ম হাউচটোত অভিযান চলায়। সেই ফাৰ্ম হাউচৰ পৰা কেইবাটাও ঔষধ উদ্ধাৰ কৰা হৈছিল।

 

সতীশ কৌশিক সেই ঔষধৰ মৃত্যুৰ লগত কি সম্পৰ্ক? ইয়াৰ উত্তৰ পাবলৈ দিল্লী আৰক্ষীয়ে অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে। প্ৰাপ্ত তথ্য অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে আৰক্ষীয়ে তদন্তৰ কাম আগবঢ়াই নিব। প্ৰয়াত অভিনেতাগৰাকীৰ হৃদযন্ত্ৰ আৰু তেজৰ নমুনা  আন কিছু পৰীক্ষাৰ বাবে ৰখা হৈছে। চিকিৎসকে মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা  নাই। তদন্তকাৰীয়ে প্ৰকাশ কৰিছে যে এসপ্তাহ বা ১৫ দিনৰ ভিতৰত বিতং প্ৰতিবেদন দিলে অভিনেতাজনৰ মৃত্যুৰ কাৰণ সম্পৰ্কে স্পষ্ট ধাৰণা পোৱা যাব।

 

দিল্লী আৰক্ষীয়ে ইতিমধ্যে দিল্লীৰ ফাৰ্ম হাউচটোত তালাচী চলাই কেইবাটাও ঔষধ উদ্ধাৰ কৰিছে। তদন্তকাৰীয়ে পাৰ্টিত উপস্থিত থকা লোকৰ সম্পূৰ্ণ তালিকা বিচাৰিছে। পাৰ্টিত উপস্থিত আছিল এজন অতিথি, যিজন এটা  গোচৰত অভিযুক্ত আছিল ৷

 

‘মিষ্টাৰ ইণ্ডিয়া’ত কেলেণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় আছিল অভিনেতাগৰাকী। তেওঁ ‘তেৰে নাম’ৰ দৰে ছবিও পৰিচালনা কৰিছিল। যোৱা ৭ মাৰ্চত গীতিকাৰ জাভেদ আখতাৰে আয়োজন কৰা হোলী মহোৎসৱতো তেওঁক দেখা গৈছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ  হোলী পাৰ্টিলৈ আহিছিল ৷

 

Previous Post

দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !

Next Post

ছাল আৰু চুলিৰ সমস্যা আতৰাই ধুনীয়া হ’ব বিচাৰিছে নেকি ? তেনেহ’লে খাদ্যৰ তালিকাত ৰাখক বীটৰ ৰস

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
ছাল আৰু চুলিৰ সমস্যা আতৰাই ধুনীয়া হ’ব বিচাৰিছে নেকি ? তেনেহ’লে খাদ্যৰ তালিকাত ৰাখক বীটৰ ৰস

ছাল আৰু চুলিৰ সমস্যা আতৰাই ধুনীয়া হ’ব বিচাৰিছে নেকি ? তেনেহ’লে খাদ্যৰ তালিকাত ৰাখক বীটৰ ৰস

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7