VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাগজ কলৰ কৰ্মীসকলৰ কৃতজ্ঞতা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2022
in মুখ্য সংবাদ
‘আৰক্ষী বিষয়াই যধে মধে ৰাখিব নোৱাৰিব পি এছ অ’
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাগতম জনাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে অসমৰ কাগজ কলৰ কৰ্মীসকলে।

চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছৰে পৰাই দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কলত এতিয়া আৰম্ভ হৈছে কৰ্মীসকলক পুনৰসংস্থাপন আৰু অনাদায় দৰমহা প্ৰদান কৰাৰ ব্যৱস্থা। আজিৰে পৰা হাইলাকান্দি জিলাত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ইয়াৰ প্ৰথম পৰ্যায়ত কাগজ কলৰ কৰ্মীসকলক আজিৰে পৰা হাইলাকান্দি জিলাৰ আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থাকিবলৈ হাইলাকান্দি জিলা প্ৰশাসনে এক জাননী প্ৰদান কৰিছিল।

আজি পুৱাৰে পৰাই কাছাৰ কাগজ কলত কৰ্মৰত বিভিন্ন শ্ৰেণীৰ কৰ্মীসকল উক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ প্ৰয়োজনীয় নথি জমা দিয়ে।

আনহাতে, ইতিমধ্যে মৃত্যু হোৱা‌ কৰ্মচাৰী সকলৰ নিকট আত্মীয়সকলেও নিজৰ বৈধ উত্তৰাধিকাৰীৰ তথ্য চৰকাৰৰ হাতত তুলি দিয়ে। ইয়াৰ উপৰিও যিসকল কৰ্মচাৰী ৰাজ্যৰ বাহিৰত আছে, তেওঁলোকক অহা ১৯ তাৰিখে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়‍া হৈছে।

সেয়ে ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাক স্বাগতম জনাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে কাগজ কলৰ কৰ্মীসকলে।

Previous Post

অর্থনৈতিক সংকটৰ মাজতে কোন ল’লে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব ?

Next Post

হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা

হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7