VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গছপুলি ৰোপনেৰে কৰিব নতুন অভিলেখ, ৯ টা অভিলেখলৈ সাজু ৰাজ্য চৰকাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 9, 2023
in মুখ্য সংবাদ
গছপুলি ৰোপনেৰে কৰিব নতুন অভিলেখ, ৯ টা অভিলেখলৈ সাজু ৰাজ্য চৰকাৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

এইবাৰ গছপুলি ৰোপেনেৰে ৯ টা বিশ্ব অভিলেখ কৰিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ আজি ইয়াৰ প্ৰথমটো অভিলেখ সৃষ্টিৰ বাবে প্ৰয়াস কৰা হয়  ৷  অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গছপুলিৰ দীৰ্ঘতম কুণ্ডলী আকৃতিত একত্ৰীকৰণেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰা হয় ৷ ৩.৫ লাখ  গছপুলিৰ ২২ কিল’মিটাৰ দৈর্ঘ্যৰ কুণ্ডলী আকৃতিত একত্ৰীকৰণ কৰা হৈছে খানাপাৰা খেলপথাৰত ৷

 

আজি খানাপাৰা খেলপথাৰত এই বিশ্ব অভিলেখ মূল্যায়নৰ বাবে উপস্থিত হয় গীনিজ বিশ্ব অভিলেখৰ কতৃপক্ষ ৷ প্ৰবীন পেটেলে গীণিজ বিশ্ব অভিলেখৰ হৈ খানাপাৰাত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰে ৷ পেটেলে কয় যে বিশ্ব অভিলেখৰ বাবে কেইবাটাও মাপকাঠি পুৰণ কৰিব লাগিব ৷ সেই মাপকাঠিসমূহ তেওঁলোকে কালিৰে পৰা মূল্যায়ন কৰি আহিছে ৷ এই মূল্যায়ন সম্পূর্ণ হ’বলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ তাৰ পাছতহে এই অভিলেখ গঢ়িবলৈ সক্ষম হ’বনে নহয়, সেয়া  ঘোষণা কৰা হ’ব বুলি তেওঁ সদৰী কৰে ৷ আজিৰ সভাত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিত্ত মন্ত্ৰী অজন্তা নেওগকে ধৰি বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

 

অহা ১৭ ছেপ্তেম্বৰলৈ পর্যায়ক্ৰমে বিভিন্ন শাখাত বিশ্ব অভিলেখৰ প্ৰয়াস চলাব ৰাজ্য চৰকাৰে ৷ অসমৰ আর্হিত গছ ৰোপন, এঘণ্টাত সর্বাধিক গছৰোপন, এদিনত সভর্বাধিক গছৰোপন, এদিনত সর্বাধিক গছৰোপনৰ সর্ববৃহৎ ফটো এলবাম আদিকে ধৰি বিভিন্ন শাখাত এই অভিলেখসমূহ কৰা হ’ব ৷

 

Previous Post

অৰুণাচলৰ পাছিঘাটত ড° ভূপেন হাজৰিকা বিষয়ক ইংৰাজী বিষয়ক গ্ৰন্থ “Bhupen Hazarika III” উন্মোচন

Next Post

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৩০০ মেগাৱাট বিদ্যুৎ আৱণ্টনৰ আহ্বান

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
কেন্দ্ৰীয় শক্তি মন্ত্ৰী  আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৩০০ মেগাৱাট বিদ্যুৎ আৱণ্টনৰ আহ্বান

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৩০০ মেগাৱাট বিদ্যুৎ আৱণ্টনৰ আহ্বান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7