VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 31, 2023
in মুখ্য সংবাদ
এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

তালিবান শাসনলৈ অহাৰ পাছতে এটাৰ পাছত আন এটা কঠোৰ  নিয়ম বলবৎ কৰিছে আফগানিস্তানত ৷ এইবাৰ আফগানিস্তানত সংগীত নিষিদ্ধ কৰিছে তালিবানে। জব্দ কৰা সকলো বাদ্যযন্ত্ৰ জ্বলাই দিলে প্ৰশাসনে। সপ্তাহৰ শেষৰ ফালে হেৰাট প্ৰদেশত গীটাৰ, হাৰমনিয়াম, তবলা জ্বলাই দিয়া হয়।

 

খবৰ অনুসৰি শনিবাৰে  কেইবাহাজাৰ টকাৰ বাদ্যযন্ত্ৰ জ্বলাই দিয়া হয়। মূলতঃ চহৰৰ বিভিন্ন বিবাহ ঘৰৰ পৰা জব্দ কৰা হৈছিল। তালিবান চৰকাৰে  দুৰ্নীতি প্ৰতিৰোধৰ বাবে সুকীয়া মন্ত্ৰালয় মুকলি কৰিছে। দোষ-গুণৰ সংজ্ঞা কঠোৰ ধৰ্মীয় অনুশাসনৰ দ্বাৰা নিৰ্ধাৰিত। সেইবাবেই গায়ন-বায়নক দোষাৰোপ কৰা হৈছে। হেৰাটৰ মন্ত্ৰালয়ৰ মুৰব্বী আজিজ আল ৰহমান আল মুহাজিৰে কয় যে, সংগীতে নৈতিক অৱনতি ঘটায়। যুৱকসকল উত্তেজিত হৈ পৰে।”যোৱা সপ্তাহত সমগ্ৰ দেশতে বিউটি পাৰ্লাৰ বন্ধ কৰা হৈছিল ৷

Previous Post

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

Next Post

মণিপুৰত হিংসাৰ আঁৰত ড্ৰাগছ ব্যৱসায়,, জড়িত ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আত্মীয়: কাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
মণিপুৰত হিংসাৰ আঁৰত ড্ৰাগছ ব্যৱসায়,, জড়িত ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আত্মীয়: কাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

মণিপুৰত হিংসাৰ আঁৰত ড্ৰাগছ ব্যৱসায়,, জড়িত ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আত্মীয়: কাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7