VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এ,টি,এম, ত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক তিনি চোৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 18, 2022
in মুখ্য সংবাদ
এ,টি,এম, ত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক তিনি চোৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

এ,টি,এম, ত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক তিনি চোৰ৷ CCTVত বন্দী দৃশ্য ৷ ধৃত তিনি চোৰৰ পৰা বহু পৰিমাণৰ ATM কাৰ্ডৰ লগতে, এখন বাহন আৰু উদ্ধাৰ হয় ড্ৰাগছো ৷

গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰৰ এছ বি আইৰ এটিএমত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল তিনি চোৰ ৷ আটক কৰাৰ  পিছত ৰাইজে আৰক্ষীক চমজাই দিয়ে চোৰ তিনিটাক ৷ জানিব পৰা মতে, স্থানীয় নয়ন আলী নামৰ শিক্ষক এগৰাকীয়ে নিজৰ একাউণ্ট পৰীক্ষা কৰাৰ বাবে কৃষ্ণাইৰ এছ বি আইৰ ATMত প্ৰবেশ কৰে ৷ সেই সময়ত এ টি এম ত পূৰ্বৰে পৰা ৰৈ থকা তিনি দূৰ্বৃত্তই শিক্ষক গৰাকীৰ কাৰ্ড খন কৌশলৰে সলনি কৰে আৰু এ টি এম সলনি কৰাৰ কথাতো প্ৰতিবাদ কৰে ৷ শিক্ষক গৰাকীয়ে প্ৰতিবাদ কৰোতে তিনি চোৰে দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় একাংশ লোকে ঘটনাস্থলীৰ কাষতে থকা আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ আৰক্ষীয়ে পৰবৰ্তী সময়ত তিনি চোৰৰ লগতে দলটোয়ে ব্যৱহাৰ কৰা চুইফ্ট ড্ৰিজেয়াৰ বাহন খন (এ এছ ই কিউ ৮৯৭৬ ) জব্দ কৰি আৰক্ষী থানালৈ লৈ আহে ৷ আৰক্ষীয়ে চোৰৰ দলটোৱে ব্যৱহাৰ কৰা গাড়ীৰ পৰা ২৭ খন বিভিন্ন বেংকৰ এটি এম কাৰ্ডৰ লগতে ২১ টা ড্ৰাগছ কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে জানিব দিয়া মতে দলটোৱে এটিএমত গ্ৰাহকৰ ধন লুট কৰাৰ সমন্তৰালকৈ ড্ৰাগছৰ ব্যৱসায়তো জড়িত৷ জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা ৰফিকুল ইছলাম,ছহিদুল আলম বৰা ধুবুৰীৰ ৷ আনহাতে আখতাৰুল ইছলাম তামুলপুৰৰ বাসিন্দা। আজিৰ ঘটনাটোৱে কৃষ্ণাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে ATM সলনি কৰি পলায়নৰ চেষ্টা কৰা চোৰ কেইটাৰ সেই সময়ৰ কিছু দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7