VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত বিধ্বংসী ভূমিস্খলনত নিহত দুই সেনা , অব্যাহত উদ্ধাৰ অভিযান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 30, 2022
in মুখ্য সংবাদ
মণিপুৰত বিধ্বংসী  ভূমিস্খলনত নিহত দুই সেনা  , অব্যাহত উদ্ধাৰ অভিযান
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে মণিপুৰৰ ন’নী জিলাত সংঘটিত হয় এক গুৰুতৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ মাটি খহি এখন নদীৰ প্ৰবাহত বাধাৰ সৃষ্টি হোৱাৰ পিছত কমেও দুজন সেনাৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক  লোক সন্ধানহীন হৈ আছে।সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে  তালাচী অভিযান অব্যাহত আছে  ৷ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

বুধবাৰে মাজনিশা প্ৰায় ন’নী আৰক্ষী থানাৰ পৰা প্ৰায় ১৪ উত্তৰ-পূবে মাখুৱাম অঞ্চলৰ সমীপত অৱস্থিত টুপুল য়াৰ্ড ৰেলৱে নিৰ্মাণ শিবিৰৰ সমীপত  এই ভূমিস্খলন সংঘটিত হয়। বৃহস্পতিবাৰে পুৱা মৃতদেহ উদ্ধাৰ হোৱা লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

তামেংলং আৰু ন’নী জিলাৰ মাজেৰে বৈ যোৱা ইজাই নদীয়ে কঢ়িয়াই অনা অৱজর্নাসমূহে বান্ধৰ দৰে  অৱস্থাৰ সৃষ্টি কৰিছে ৷ এই বান্ধ ভাঙি গ’লে  ন’নী  জিলাৰ নামনি  অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ ইয়াৰ ফলত নামনিত থকা লোকসকলক ঘৰ খালী কৰিবলৈ নির্দেশ দিয়াৰ লগতে যাত্ৰীসকলক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ(ইম্ফল-জিৰি ঘাইপথ)ৰ পৰাও আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইফালে, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ উদ্ধাৰ অভিযান অব্যাহত আছে। পুৱা ৫:৩০ বজালৈকে ১৩ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ আহত সকল ন’নী আৰ্মি মেডিকেল ইউনিটত চিকিৎসাধীন হৈ আছে।

 

Previous Post

‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’

Next Post

‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ সৈতে তেল পাম নিৰ্মাণৰ চুক্তি স্বাক্ষৰ অৰুণাচল প্ৰদেশ চৰকাৰৰ

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ সৈতে তেল পাম নিৰ্মাণৰ চুক্তি  স্বাক্ষৰ অৰুণাচল প্ৰদেশ চৰকাৰৰ

‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ সৈতে তেল পাম নিৰ্মাণৰ চুক্তি স্বাক্ষৰ অৰুণাচল প্ৰদেশ চৰকাৰৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7