VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হেলমেট পৰিধান কৰিলেও ভৰিব লগীয়া হ’ব পাৰে জৰিমনা , কি নতুন নিয়ম মানি চলিব লাগিব দুচকীয়া বাহন চালকে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2022
in মুখ্য সংবাদ
হেলমেট পৰিধান কৰিলেও ভৰিব লগীয়া হ’ব পাৰে জৰিমনা , কি নতুন নিয়ম মানি চলিব লাগিব দুচকীয়া বাহন চালকে ?
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

হেলমেট পৰিধান নকৰিলে ৰাজপথত কঠোৰ জৰিমনাৰ সন্মুখীন হ’বলগীয়া হয় দুচকীয়া বাহন চালকসকল ৷ শেহতীয়াকৈ বাইকত চালকৰ লগতে আৰোহীয়ে হেলমেট পৰিধান নকৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু আপুনি জানেনে হেলমেট পৰিধানৰ পাছতো আপুনি সন্মুখীন হ’ব পাৰে জৰিমনাৰ ৷  যান বাহন  আইনখনৰ শেহতীয়া সংশোধন অনুসৰি  দুচকীয়া বাহন চলোৱা লোকসকলে  সঠিকভাৱে  হেলমেট  নিপিন্ধিলে ২০০০ টকা পর্যন্ত জৰিমনা ভৰিব লগীয়া হ’ব পাৰে ৷ এতিয়াৰ পৰা বাইক আৰোহী সকলে  আই এছ আই  মার্ক পৰিধান নকৰা হেলমেট পৰিধান কৰিলেও ভৰিব লাগিব জৰিমনা ৷ সেইদৰে বাইক আৰোহীয়ে হেলমেটৰ সৈতে থকা ‘ষ্ট্ৰিপ’(ফিটা) মাৰিহে বাইক চলোৱাটো বাধ্যতামূলক ৷ এই ‘ষ্ট্ৰিপ’ খোলা থাকিলে আপোনাক যান বাহন আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা ৷

যান বাহন  আইনৰ  ১৯৪ ডি ধাৰা অনুসৰি এই জৰিমনা বিহিব পাৰে আৰক্ষীয়ে ৷ ইয়াৰ বাবে সর্বাধিক এহেজাৰ টকা জৰিমনা প্ৰদান কৰাৰ লগতে তিনি মাহৰ বাবে লাইচেন্স কর্তন কৰিব পাৰে ৷  যান বাহন আইন, ১৯৯৮ৰ ধাৰা ১২৯ত কোৱা হৈছে যে “যিকোনো শ্ৰেণীৰ মটৰ চাইকেল চলোৱা বা আৰোহন কৰা প্ৰতিজন ব্যক্তিয়ে ৰাজহুৱা স্থানত থকাৰ সময়ত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ মানদণ্ড অনুসৰি সুৰক্ষামূলক হেডগিয়াৰ পিন্ধিব লাগিব, আৰু সুৰক্ষিতভাৱে বান্ধি ৰাখিব লাগিব ৷”

২০২১ চনৰ ১ জুনৰ পৰা আইএছআই স্বীকৃতি নথকা ব্ৰেণ্ডেড হেলমেট নিষিদ্ধ কৰা হৈছে যদিও ডিঅ’টি, স্নেল বা ইচিইৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ থকা আমদানিকৃত হেলমেটৰ কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 

Previous Post

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

Next Post

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

Related Posts

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
মুখ্য সংবাদ

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল
মুখ্য সংবাদ

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ
মুখ্য সংবাদ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

June 29, 2022
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন
মুখ্য সংবাদ

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

June 29, 2022
আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত  ভয়ংকৰ পথ দুৰ্ঘটনা
মুখ্য সংবাদ

আজি পুৱা কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

June 28, 2022
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা
মুখ্য সংবাদ

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ইডিৰ জেৰা

June 28, 2022
Next Post
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:"টেছলা মোৰ মনত ২৪/৭ আছে"

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7