VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ—-হোৱাটছএপত সংযোজন নতুন সুবিধা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in মুখ্য সংবাদ
‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ—-হোৱাটছএপত সংযোজন নতুন সুবিধা
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

বন্ধু-বান্ধৱ অথবা আত্মীয়ৰ সৈতে কথা পাতিবলৈ আমি সঘনে হোৱাটছএপ ব্যৱহাৰ কৰো ৷ কিন্তু কেতিয়াবা ভুলতে হোৱাটছএপত মেছেজ কৰি আমি বিপাঙত পৰো ৷ কিয়নো ১ ঘণ্টাৰ ভিতৰতে আমি মেছেজ ডিলিট নকৰিলে পিছত সেই মেছেজসমূহ ডিলিট কৰিব নোৱাৰো ৷ কিন্তু এতিয়াৰ পৰা আৰু আপুনি  বিপদত পৰিব নালাগে ৷ কিয়নো মেজেজ ডিলিট কৰাৰ সময় বৃদ্ধি কৰা হৈছে হোৱাটছএপত ৷ মেছেজিং প্লেটফৰ্ম হোৱাটছএপে ২.২২.১৫.৮ আপডেটৰ জৰিয়তে  সকলোৰে বাবে মেছেজ ডিলিট কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। এতিয়াৰ পৰা পূৰ্বৰ সীমা মাত্ৰ “১ ঘণ্টা, ৮ মিনিট, ১৬ ছেকেণ্ড”ৰ বিপৰীতে “২ দিন, ১২ ঘণ্টা”ৰ ভিতৰত মেজেজ সকলোৰে পৰা ডিলিট কৰিব পাৰিব ৷ ।

জানুৱাৰী মাহৰ পৰা হোৱাটছএপে এনে এটা বৈশিষ্ট্যৰ ওপৰত কাম কৰি আহিছে ৷ যাৰ ফলত গ্ৰুপ এডমিনসকলে যিকোনো গ্ৰুপ সদস্যৰ মেছেজ ডিলিট কৰিব পাৰিব। ইতিমধ্যে টেলিগ্ৰামত দেখা পোৱা এই বৈশিষ্ট্যই এডমিনসকলক তেওঁলোকৰ হোৱাটছএপ গ্ৰুপৰ কন্টেন্ট নিয়ন্ত্ৰণ কৰাৰ অধিক ক্ষমতা প্ৰদান কৰিব।

মেটা প্লেটফৰ্মছৰ মালিকানাধীন হোৱাটছএপে মে’ মাহত ইয়াৰ অভিযোগ চেনেলৰ জৰিয়তে ব্যৱহাৰকাৰীৰ পৰা পোৱা অভিযোগৰ ভিত্তিত, আৰু  নিয়ম উলংঘা প্ৰতিৰোধ আৰু ধৰা পেলোৱাৰ নিজা ব্যৱস্থাৰ জৰিয়তে ১৯ লাখতকৈ অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছিল ৷

Previous Post

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

Next Post

নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

নগাঁৱৰ খালৈগাঁৱত "চাইক'মেট্ৰিক যোগ কেন্দ্ৰ" মুকলি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7