VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছেবাৰ ভুল ক’ত! শিক্ষামন্ত্রীক আঙুলিয়াই দিলে চুতীয়া ছাত্ৰ সন্থাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2023
in মুখ্য সংবাদ
ছেবাৰ ভুল ক’ত! শিক্ষামন্ত্রীক আঙুলিয়াই দিলে চুতীয়া ছাত্ৰ সন্থাই
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

এটা পৰীক্ষা বিতর্ক নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই প্রশ্নকাকত ফাদিল হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। প্রশ্নকাকতখিনিকে সুৰক্ষিত কৰিবলৈ সক্ষম নোহোৱা ছেবাৰ নেতৃত্বৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ শিক্ষার্থীয়ে বিশ্বাস হেৰুৱাই পেলাইছে বুলি এক প্ৰেছ বাৰ্তাত সংগঠনটোৱে সদৰী কৰি যিসময়ত ছেবাৰ অধ্যক্ষৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সৰ্বত্ৰে দাবী উত্থাপন হৈছে, সেই সময়ত চৰকাৰখনে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা বিষয়টো দুর্ভাগ্যজনক বুলি কয়।

সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই এই সন্দৰ্ভত কয় যে দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱা আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰাৰ পাছতো ছেবাৰ দোষ ক’ত শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে প্রশ্ন উত্থাপন কৰা সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছে। এতিয়া আহিল ছেবাৰ ভুল ক’ত ? ছেবাৰ ভুল হ’ল যে এটা বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলা কিয় পৃথক পৃথক কৰি পঠিয়াইছিল। লখিমপুৰৰ লুইত খাবলু নামৰ যিটো পৰীক্ষা কেন্দ্ৰ, সেই পৰীক্ষা কেন্দ্ৰলৈ বুলি ছেবাই সাধাৰণ বিজ্ঞানৰ ২৯টা পেকেট প্ৰেৰণ কৰিছিল। এই ২৯ টা পেকেট পৃথকে পৃথকে প্ৰেৰণ কিয় কৰা হৈছিল ?

নিয়ম তথা গোপনীয়তা অনুসৰি এই ২৯টা পেকেটত পুনৰ এটা পেকেটত ভৰাই ছীল কৰি পঠাব লাগিছিল। যিটো ব্যৱস্থা উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত কৰা হয় বা ছেবাইও আগতে কৰিছিল। যদি ২৯ টা পেকেট এটা পেকেটত ভৰাই ছীল কৰি পঠালেহেঁতেন, এইদৰে প্রশ্নকাকতৰ টোপোলা হৰলুকি হোৱাটো সম্ভৱ হৈ উঠিলহেঁতেন নে? শিক্ষামন্ত্ৰীয়ে এই দিশত নজৰ দিয়ক ; কাৰণ এইটো ছেৱাৰ ভুল আছিল বুলি তেওঁলোকে কয়। সমান্তালভাৱে কালি ডিজিপিয়ে সংবাদমেলত কৈছে যে পৰীক্ষা আৰম্ভ নোহোৱাৰ আগতে অর্থাৎ চাৰি-পাঁচদিনৰ আগতে যেতিয়া প্রশ্নকাকত থানালৈ গৈছিল তেতিয়াই হৰলুকি কৰা হৈছে। কোৱা হৈছে যে ২৮টা প্ৰশ্নকাকতৰ পেকেট এণ্টি কৰি এটা হৰলুকি কৰা হৈছিল।

এতিয়া প্রশ্নটো হ’ল সংশ্লিষ্ট দিনত লুইত খাবলু কেন্দ্ৰৰ ইনচার্জে প্রশ্নকাকত থানাত নিজৰ জিম্মাত লৈ ছেবালৈ তথ্য প্ৰেৰণ কৰা নাছিল নেকি? যদি প্ৰেৰণ কৰা নাছিল ইয়াৰ উত্তৰ কিয় ছেবাই বিচৰা নাছিল? একেদৰে যদি ২৮টা প্রশ্নকাকতৰ পেকেট লাভ কৰিছিল বুলি ছেবালৈ তথ্য প্ৰেৰণ কৰিছিল, অন্তৰ্ধান হৈ থকা আন এটা পেকেটৰ বিৰুদ্ধে কিয় ছেবাই ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই দিশবোৰ ছেবাৰ বিফলতা নহয় নেকি বুলি ছাত্র নেতাদ্বয়ে শিক্ষামন্ত্রীক প্রশ্ন উত্থাপন কৰি শীঘ্ৰে ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Previous Post

দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, ৩০ দিনত ১২ টা ভূমিকম্পৰ কম্পন ৰাজ্য

Next Post

মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

Related Posts

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু
মুখ্য সংবাদ

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
মুখ্য সংবাদ

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
মুখ্য সংবাদ

৪০ লাখ শিক্ষার্থীলৈ মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা

March 31, 2023
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
মুখ্য সংবাদ

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

March 31, 2023
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
মুখ্য সংবাদ

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

March 30, 2023
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
মুখ্য সংবাদ

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

March 30, 2023
Next Post
মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7