VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই

দেওবাৰে গুৱাহাটী চিৰিয়াখানাত অসমৰ ৰাজ্যিক চৰাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 21, 2022
in মুখ্য সংবাদ
ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই ৷ অসমৰ ৰাজ্যিক চৰাই ‘দেওহাঁহ’ ৷  গুৱাহাটীত  বিলুপ্তপ্ৰায় এক প্ৰজাতিৰ দেওহাঁহৰ উপস্থিতিয়ে আনন্দিত কৰিছে প্ৰকৃতি প্ৰেমী সকলক ৷ এই ক্ষেত্ৰত চৰাই কেইটি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷  অসম ৰাজ্যিক চিৰিয়াখানা-তথা-ব’টানিকেল গাৰ্ডেনৰ ডি এফ অ’ অশ্বিনী কুমাৰৰ মতে, চেক গণৰাজ্যৰ প্ৰাগৰ ‘জলিন চিৰিয়াখানা’ৰ পৰা দেওবাৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ দুযোৰ দেওহাঁহ আহি গুৱাহাটী চিৰিয়াখানাত উপস্থিত হয়।

এই চৰাই কেইহাল  বিশেষভাৱে চিৰিয়াখানাত ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি   জানিবলৈ দিয়ে ডি এফ অ’ অশ্বিনী কুমাৰে ।ডিএফঅ’ গৰাকীয়ে  লগতে জনাইছে যে বিশ্বব্যাপী এতিয়া মাত্ৰ ৮০০ ৰ পৰা ১০০০ বগা ফুটুকীয়া দেও হাঁহহে জীয়াই আছে, যাৰ ভিতৰত প্ৰায় ৪৫০ টা  ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত বিয়পি আছে বুলি বিশ্বাস কৰা হয়। অসমত প্ৰজাতিটো নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ উন্নীত কৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানতো কম সংখ্যক দেওহাঁহৰ উপস্থিতি আছে বুলি ধাৰণা কৰা হৈছে বুলি জনাইছে ডি এফ অ’ অশ্বিনী কুমাৰে ।

Previous Post

ৰাজনীতিৰ খেলপথাৰত নতুন ইনিংছ খেলিবলৈ সাজু হৰভজন সিং, ৰাজ্যসভাত কোন দলৰ প্ৰার্থী হ’ব প্ৰাক্তন ক্ৰিকেটাৰ !

Next Post

বাটৰহাটত বিশিষ্টা লেখিকা চন্দ্রপ্ৰভা দেৱীক সম্বৰ্দ্ধনা

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
বাটৰহাটত বিশিষ্টা লেখিকা চন্দ্রপ্ৰভা দেৱীক সম্বৰ্দ্ধনা

বাটৰহাটত বিশিষ্টা লেখিকা চন্দ্রপ্ৰভা দেৱীক সম্বৰ্দ্ধনা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7