VOICE 24x7
Thursday, August 18, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোনে জন্ম দিলে মাস্কৰ দুই যমজ পুত্ৰ?

এইবাৰ সংবাদ শীৰ্ষত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 7, 2022
in মুখ্য সংবাদ
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

৯টা সন্তানৰ পিতৃ হ’ল বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি এলন মাস্ক ।এলনৰ সাতটা সন্তানৰ পিছত এইবাৰ যমজ পুত্ৰ জন্ম দিলে তেওঁৰ কোম্পানীৰ মহিলা বিষয়া শিৱন জিলিছে। এখন আবেদনে প্ৰকাশ কৰিলে সকলো । এতিয়া এই খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে যে এলন মাস্ক এতিয়া ৭ নহয় ৯ টা সন্তানৰ পিতৃ।

২০২১ চনত, তেওঁৰ কোম্পানীৰ মহিলা বিষয়া শিৱন জিলিছে এলন মাস্কৰ দুটা যমজ সন্তান জন্ম দিয়ে। শিৱন এলন মাস্কৰ নিউৰোলিংকৰ আটাইতকৈ ডাঙৰ বিষয়া। বাতৰি অনুসৰি, এলন আৰু জিলিছে এপ্ৰিল মাহত এখন আবেদন দাখিল কৰিছিল, যাতে শেষত পিতৃৰ নাম আৰু মাজত মাতৃৰ নাম যোগ দিয়া হয়। এই আৱেদনৰ যোগেদি সকলোৱে তেওঁলোকৰ যমজ সন্তানৰ বিষয়ে জানিব পাৰিলে। এমাহ পিছত টেক্সাছৰ এজন ন্যায়াধীশে আৱেদনখন অনুমোদন জনাইছিল।

উল্লেখযোগ্য যে শিৱন জিলিছ নিউৰোলিংকৰ সঞ্চালন আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক। নিউৰোলিংক এলন মাস্কৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেওঁ ইয়াৰ অধ্যক্ষ। ২০১৭ চনৰ মে’ মাহৰ পৰা শিৱন জিলিছে কোম্পানীটোত কাম কৰি আছে।

Previous Post

ৰাজ্যসভালৈ মনোনীত দক্ষিণ ভাৰতৰ ৪ জন বিশিষ্ট ব্যক্তি

Next Post

হোজাইত ১২ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী

Related Posts

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা
মুখ্য সংবাদ

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী  , ২ জন আটক
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী , ২ জন আটক

August 17, 2022
স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই  কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?
মুখ্য সংবাদ

স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?

August 17, 2022
চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ
মুখ্য সংবাদ

চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ

August 17, 2022
হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই  গৰ্ভৱতী পত্নীক হত্যা  স্বামীৰ
মুখ্য সংবাদ

হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

August 16, 2022
এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ
মুখ্য সংবাদ

এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ

August 16, 2022
Next Post
আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

হোজাইত ১২ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সূৰ্যৰ মৃত্যু হ’লে  কি হ’ব পৃথিৱীৰ?

সূৰ্যৰ মৃত্যু হ’লে কি হ’ব পৃথিৱীৰ?

August 17, 2022
অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

August 17, 2022
ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7