VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in মুখ্য সংবাদ
জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ ৰাজধানী কাবুলত মার্কিন সেনাই  আল কায়দাৰ নেতা আয়মান আল জাৱাহিৰীক হত্যা কৰাৰ পাছতে উগ্ৰবাদী সংগঠনটোক কোনে নেতৃত্ব দিব তাক লৈ বিভিন্ন চর্চা আৰম্ভ  হৈছে ৷  ২০১১ চনত ওচামা বিন লাডেনক হত্যাৰ পাছত  জাৱাহিৰীয়ে আল কায়দাক নেতৃত্ব দি আহিছিল ৷  জাৱাহিৰীৰ  অনাকাংক্ষিত হত্যাকাণ্ডৰ লগে লগে সন্ত্ৰাসবাদী গোটটোৱে পৰৱর্তী উত্তৰাধিকাক লৈ  সংকটৰ সন্মুখীন হৈছে।

ইয়াৰ মাজতে ছাইফ আল-আডেল হ’ব পাৰে জৱাহিৰীৰ উত্তৰাধিকাৰী । আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে জনোৱা মতে, ইজিপ্তৰ প্ৰাক্তন সেনা বিষয়া আডেল আল কায়দাৰ প্ৰতিষ্ঠাপক সদস্য ৷  তেওঁ ১৯৮০ চনত পূৰ্বসূৰী সন্ত্ৰাসবাদী সংগঠন মকতাব আল-খিদমতত যোগদান কৰিছিল। এই সময়ছোৱাত তেওঁ বিন লাডেন আৰু আয়মান আল-জাৱাহিৰীক লগ পায় আৰু তেওঁলোকৰ ইজিপ্তীয় ইছলামিক জেহাদ গোটত যোগদান কৰে। তেওঁ ১৯৮০ চনত আফগানিস্তানত ৰাছিয়ান বাহিনীৰ সৈতেও যুদ্ধ কৰিছিল।

ছাইফ আল আডেল এসময়ত ওছামা বিন লাডেনৰ নিৰাপত্তা মুৰব্বীও আছিল আৰু ২০০১ চনৰ পৰা এফ বি আইৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত আছে ৷তেওঁৰ বিষয়ে তথ্য দিব পাৰিলে  ১ কোটি ডলাৰপুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে মার্কিন চৰকাৰে ৷  কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিন লাডেনৰ মৃত্যুৰ পাছৰে পৰা আল-আডেলে এজন গুৰুত্বপূৰ্ণ কৌশলবিদ হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

Previous Post

জনপ্ৰিয়তা অর্জনৰ চেষ্টাঃ ৮০ লাখ অনুগামী থকা চীনৰ ব্লগাৰে কেমেৰাৰ সন্মুখতে পুৰি খালে বিৰল বগা শ্বার্কৰ মঙহ, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Next Post

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7