VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চকলেটৰ সৈতে আপোনাৰ আছেনে মিঠা স্মৃতি!! আজি বিশ্ব চকলেট দিৱস, চকলেটৰ স্বাস্থ্যসন্মত গুণসমূহৰ বিষয়ে আপুনি অৱগতনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 7, 2022
in মুখ্য সংবাদ
চকলেটৰ সৈতে আপোনাৰ আছেনে মিঠা স্মৃতি!! আজি বিশ্ব চকলেট দিৱস, চকলেটৰ স্বাস্থ্যসন্মত গুণসমূহৰ বিষয়ে আপুনি অৱগতনে ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

চকলেট অবিহনে জীয়াই থকাটো কঠিন। চাগে বিশ্বত এনে এজন মানুহ নোলাব, যিয়ে চকলেট খাই এয়া পায় ৷ আমাৰ  সকলোৰে জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে চকলেটে ৷ বহুতৰ আকৌ  চকলেটৰ সৈতে আছে পাহৰিব নোৱাৰা মিঠা স্মৃতি । সকলোৰে প্ৰিয় হ’ব পৰা  চকলেটৰ এই বৈশিষ্ট্যতা  উদযাপনৰ বাবে ৭ জুলাইৰ দিনটো  বিশ্ব চকলেট দিৱস  হিচাপে পালন কৰা হয়।

চকলেটৰ ইতিহাস

চকলেটৰ উৎপত্তিৰ সঠিক তথ্য বিচাৰি উলিওৱাটো কঠিন যদিও গৱেষকসকলৰ মতে ইয়াৰ ইতিহাস প্ৰায় ২০০০ বছৰ বা তাতোকৈ অধিক পুৰণি । ‘চকলেট’ শব্দটোৰ উৎপত্তি হৈছে এজটেক শব্দ  চকোটলৰ (xocoatl)ৰ পৰা ৷   ক’ক’ৰ পৰা প্ৰস্তুত কৰা তিতা পানীয়ক বুএজতেকত চকোটল বুলি কোৱা হয় ।প্ৰাচীন মেছ’আমেৰিকাত, যাক  বৰ্তমান মেক্সিকো বুলি জনা যায় তাত  মানুহে ক’ক’ বীনক “দেৱতাসকলৰ খাদ্য” হিচাপে গ্ৰহণ কৰিছিল ৷

চকলেটৰ  উপকাৰিতাঃ    

মানসিক চাপ কমায় চকলেটেঃ চকলেটে  মানসিক চাপ কমোৱাত সহায় কৰে। ই শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। লগতে, চকলেটে শৰীৰত এণ্ড’ৰ্ফিন নিৰ্গত কৰি সুখী কৰাৰ ক্ষমতা আছে।

হৃদৰোগৰ সম্ভাৱনা কমায়ঃ ডাৰ্ক চকলেট সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা কম হয় বুলি বিশ্বাস কৰা হয়। বেছিভাগ ডাৰ্ক চকলেটতে ফ্লেভন’ইড থাকে যিয়ে মানুহৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। প্ৰাপ্তবয়স্ক লোকৰ মাজত উচ্চ ৰক্তচাপো ৰোধ কৰে।

ওজন কমায়ঃ যদিও আমি অনুভৱ কৰোঁ যে চকলেট সেৱন কৰাৰ লগে লগে  অধিক কেলৰি যোগ হৈ আমাৰ শৰীৰত  ওজন বৃদ্ধি কৰে ৷ কিন্তু প্ৰকৃতার্থত  ইয়াৰ বিপৰীতহে হোৱা দেখা যায় । ডাৰ্ক চকলেটে আপোনাৰ ভোক নিয়ন্ত্ৰণ কৰাৰ দৰে কেইবাটাও ব্যৱস্থাৰ জৰিয়তে ওজন কমোৱাত সহায় কৰিব পাৰে।

ছাল ভাল কৰেঃ বহুতে এই কথা নাজানিবও পাৰে যে  ডাৰ্ক চকলেটে সীমিত পৰিমাণত সেৱন কৰিলে আপোনাৰ ছালখন সতেজ আৰু উজ্জবল হৈ পৰে ৷ চকলেটত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ ডাৰ্ক চকলেটত এন্টিঅক্সিডেন্ট অধিক থাকে বুলি কোৱা হয় ৷ যিসমূহ  শৰীৰৰ বাবে উপকাৰী।

চকলেট খোৱাতো  শৰীৰৰ বাবে ভাল আৰু আপুনি স্বাস্থ্যৰ উপকাৰীতা লাভ কৰিব বুলি অত্যাধিক সেৱনে বিপৰীত ফলাফল প্ৰদর্শন কৰিব পাৰে ৷ সেয়েহে  সংযমৰ নিয়ম মনত ৰাখিব। চকলেট অতিমাত্ৰা হাৰত কেতিয়াও নাখাব ৷

 

Previous Post

চীনৰ বৈদেশিক মন্ত্ৰীৰে জয়শংকৰৰ বৈঠক, সীমা সন্দর্ভত কি কথা পাতিলে দুই নেতাই !!

Next Post

বিত্ত-গৃহ-ৰাজহসহ গুৰুত্বপূর্ণ বিভাগ নিজে ল’ব বিজেপিয়ে , শীঘ্ৰে হ’ব মহাৰাষ্ট্ৰ কেবিনেটৰ সম্প্ৰসাৰণ

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
বিত্ত-গৃহ-ৰাজহসহ গুৰুত্বপূর্ণ বিভাগ নিজে ল’ব বিজেপিয়ে , শীঘ্ৰে হ’ব মহাৰাষ্ট্ৰ কেবিনেটৰ সম্প্ৰসাৰণ

বিত্ত-গৃহ-ৰাজহসহ গুৰুত্বপূর্ণ বিভাগ নিজে ল’ব বিজেপিয়ে , শীঘ্ৰে হ’ব মহাৰাষ্ট্ৰ কেবিনেটৰ সম্প্ৰসাৰণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7